আপোনাৰ মনটো কিদৰে ভালে ৰাখিব?

আপোনাৰ মনটো কিদৰে ভালে ৰাখিব?


১। আনে কি ক'ব ভাবিবলৈ বাদ দিয়ক ।

২। সোনকালে শুৱক আৰু সোনকালে উঠিব ।

৩। মোবাইল টিভিত বেছি সময় দিয়াতকৈ- মাজে মাজে কিতাপ, বাতৰিকাকত পঢ়ক। 

৪। ৰাতিপূৱা উঠিয়ে মোবাইল ব্যবহাৰ নকৰিব ।

৫। য'ত কথা কোৱাৰ প্ৰয়োজন তাত হে ক'ব।

৬। ঘৰৰ সদস্য সকলৰ লগত কথা পাতক,সময় দিয়ক ।

৭। নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰক।

৮। সকলো সময়তে নিজকে সুখী ৰাখিবলৈ চেষ্টা কৰক ।


How to keep your mind well? Explain in Assamese Language {আপোনাৰ মনটো কিদৰে ভালে ৰাখিব?}

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।