HTML কি? ( WHAT is HTML? in Assamese) GK 2021

নমস্কাৰ বন্ধু-বান্ধৱী সকল 🙏 এই post টোত মই HTML (Hypertext Markup Language) ৰ বিষয়ে কিছু কথা আপোনালোকৰ বাবে লিখিছোঁ। এই HTML নো কি? HTML কোনে আবিষ্কাৰ কৰিছিল? HTML কত কত ব্যৱহাৰ কৰা হয়?  আদি কিছু কথা জানিম। আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে কমেন্ত কৰি জনাব মই উত্তৰ দিবলৈ চেষ্টা কৰিম। বলক তেনেহলে লিখিনিটো পঢ়ো -

HTML in Assamese


HTML in Assamese

বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ যুগ। এই যুগত কিছুমান কাম কৰিবলৈ আমি প্ৰযুক্তিসমূহৰ সম্পৰ্কে জনাটো অতি প্ৰয়োজন। দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা ৱেব পৃষ্ঠা (Web Page), ৱেব এপ্লিকেচন (Web Application), ইণ্টাৰনেট নেভিগেশ্বন (Internet Navigation), ৱেব ডকুমেণ্ট (Web Document), ৱেব পৃষ্ঠাসমূহত ছবিসমূহ যোগ, প্ৰদৰ্শন ইত্যাদি কৰিবলৈ HTML (Hypertext Markup Language) জনাটো অতি প্ৰয়োজন।

ব্লগ বা ৱেবচাইট কেনেকৈ তৈয়াৰ কৰিব পাৰি?

১/ HTML কি? ( WHAT is HTML? in Assamese

- HTML ৰ সম্পূৰ্ণ অৰ্থ হৈছে Hypertext Markup Language. HTML ৱেব পৃষ্ঠা, ৱেব এপ্লিকেচন, শিৰোনাম, লিংক, ইণ্টাৰনেট নেভিগেশ্বন ইত্যাদিৰ সৃষ্টি, ব্লককুৱেট টেগ আৰু অন্যান্য বহুতো টেগ গঠন HTML ৰ যোগেদি কৰিবলৈ সক্ষম হয়।


২/ HTML কোনে আবিষ্কাৰ কৰিছিল?

- HTML আবিষ্কাৰ কৰিছিল টিম বাৰ্নাৰ্চ-লীয়ে (Tim Berners-Lee) ১৯৯৩ চনত।

টিম বাৰ্নাৰ্চ-লীয়ে য়ে ১৯৯৩ চনত HTML ৰ প্ৰথমটো সংস্কৰণ মুকলি কৰিছিল।

- টিম বাৰ্নাৰ্চ-লী (Tim Berners-Lee) হৈছে এজন ইংৰাজ কম্পিউটাৰ বিজ্ঞানী আৰু তেওঁ (www) ৱৰ্ল্ড ৱাইড ৱেব (World Wide Web) ৰ আবিষ্কাৰ কৰিছিল।

HTML কি? ( WHAT is HTML? in Assamese


৩/ HTML কত কত ব্যৱহাৰ কৰা হয়?

- ৱেব পৃষ্ঠা, ৱেব এপ্লিকেচন, শিৰোনাম, লিংক, ইণ্টাৰনেট নেভিগেশ্বন ইত্যাদিৰ সৃষ্টি, ব্লককুৱেট টেগ আৰু অন্যান্য বহুতো টেগ গঠনত HTML ব্যৱহাৰ কৰা হয়।


৪/ HTML ৰ সংস্কৰণ (Version) সমূহ:- 

  1. HTML 1 (১৯৯৩)
  2. HTML 2 (১৯৯৫, ২৪ নৱেম্বৰ)
  3. HTML 3 (১৯৯৭, ১৪ জানুৱাৰী)
  4. HTML 4 (১৯৯৭, ১৮ ডিচেম্বৰ)
  5. HTML 4.0 (১৯৯৮, ২৪ এপ্ৰিল)
  6. HTML 4.01 (১৯৯৯, ২৪ ডিচেম্বৰ)
  7. HTML 5 (২০১৪, ২৮ অক্টোবৰ)
  8. HTML 5.1 (২০১৬, ১ নৱেম্বৰ)
  9. HTML 5.2 (২০১৭, ১৪ ডিচেম্বৰ)

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।