অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা - List of all Chief Ministers of Assam || Assamese GK 2021

List of all Chief Ministers of Assam - অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা || GK IN ASSAMESE 2021

All Chief Minister of Assam List- Axomor mukhyomontrir list

List of all Chief Ministers of Assam


  1. গোপীনাথ বৰদলৈ -কাৰ্যকাল-১১ ফেব্ৰুৱাৰী ১৯৪৬ ৰ পৰা ৬ আগষ্ট ১৯৫০ ।
  2. বিষ্ণুৰাম মেধি -(হাজো সমষ্টিৰ বিধায়ক)- কাৰ্যকাল- ৯ আগষ্ট ১৯৫০ ৰ পৰা ২৭ ডিচেম্বৰ ১৯৫৭ ।
  3. বিমলা প্ৰসাদ চলিহা -(সোণাৰী সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-২৮ ডিচেম্বৰ ১৯৫৭ ৰ পৰা ৬ নৱেম্বৰ ১৯৭০ ।
  4. মহেন্দ্ৰ মোহন চৌধুৰী -(পূব গুৱাহাটী সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-১১ নৱেম্বৰ ১৯৭০ ৰ পৰা ৩০ জানুৱাৰী ১৯৭২ ।
  5. শৰৎচন্দ্ৰ সিংহ -(পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-৩১ জানুৱাৰী ১৯৭২ ৰ পৰা ১২ মাৰ্চ ১৯৭৮ ।
  6. গোলাপ বৰবৰা -(তিনিচুকীয়া সমষ্টিৰ বিধায়ক)-কাৰ্যকাল- ১২ মাৰ্চ ১৯৭৮ ৰ পৰা ৪ চেপ্তেম্বৰ ১৯৭৯ ।
  7. যোগেন্দ্ৰনাথ হাজৰিকা -(দুলীয়াজান সমষ্টিৰ বিধায়ক)-কাৰ্যকাল - ৯ চেপ্তেম্বৰ ১৯৭৯ ৰ পৰা ১১ ডিচেম্বৰ ১৯৭৯ ।
  8. চৈয়দা আনোৱাৰা টাইমূৰ -(দলগাওঁ সমষ্টিৰ বিধায়িকা)-কাৰ্যকাল-৬ ডিচেম্বৰ ১৯৮০ ৰ‌ পৰা ৩০ জুন ১৯৮১ ।
  9. কেশৱ চন্দ্ৰ গগৈ -(ডিব্ৰুগড় সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-১৩ জানুৱাৰী ১৯৮২ ৰ পৰা ১৯ মাৰ্চ ১৯৮২ ।
  10. হিতেশ্বৰ শইকীয়া -(নাজিৰা সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৭ ফেব্ৰুৱাৰী ১৯৮৩ ৰ পৰা ২৩ ডিচেম্বৰ ১৯৮৫ ।
  11. প্ৰফুল্ল কুমাৰ মহন্ত -(নগাঁও সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৪ ডিচেম্বৰ ১৯৮৫ ৰ পৰা ২৮ নৱেম্বৰ ১৯৯০ ।
  12. হিতেশ্বৰ শইকীয়া -(দ্বিতীয় বাৰ, নাজিৰা সমষ্টিৰ বিধায়ক)- কাৰ্যকাল-৩০ জুন ১৯৯১ ৰ পৰা ২২ এপ্ৰিল ১৯৯৬ ।
  13. ভূমিধৰ বৰ্মন -(বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২২ এপ্ৰিল ১৯৯৬ ৰ পৰা ১৪ মে' ১৯৯৬ ।
  14. প্ৰফুল্ল কুমাৰ মহন্ত -(দ্বিতীয় বাৰ,বঢ়মপুৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-১৫ মে' ১৯৯৬ ৰ পৰা ১৭ মে' ২০০১ ।
  15. তৰুণ গগৈ -(তিতাবৰ সমষ্টিৰ বিধায়ক)-কাৰ্যকাল- ১৭ মে' ২০০১ ৰ পৰা ২৪ মে' ২০১৬ ।
  16. সৰ্বানন্দ সোণোৱাল -(মাজুলী সমষ্টিৰ বিধায়ক)-কাৰ্যকাল-২৪ মে' ২০১৬ ৰ পৰা বৰ্তমান সময়লৈকে ।


অসমত ৰাষ্ট্ৰপতি শাসন - Presidential rule in Assam

  • ৰাষ্ট্ৰপতি শাসন -১২ ডিচেম্বৰ ১৯৭৯ ৰ পৰা ৫ ডিচেম্বৰ ১৯৮০।
  • ৰাষ্ট্ৰপতি শাসন -৩০ জুন ১৯৮১ ৰ পৰা ১৩ জানুৱাৰী ১৯৮২ ।
  • ৰাষ্ট্ৰপতি শাসন -২৮ নৱেম্বৰ ১৯৯০ ৰ পৰা ৩০ জুন ১৯৯১ ।

***

অসমীয়া ভাষা সাহিত্য বিষয়ৰ সাধাৰণ জ্ঞান

List of all Chief Ministers of Assam - অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা || GK IN ASSAMESE 2021


  1. Gopinath Bardalai - Term - 11 February 1948 to 8 August 1950.
  2. Vishnuram Medhi - (MLA of Hajo constituency) - Term - 9 August 1950 to 26 December 1958.
  3. Bimala Prasad Chaliha - (MLA of Sonari Samasthi) - Term - 26 December 1956 to 8 November 1980.
  4. Mahendra Mohan Chowdhury - (MLA of East Guwahati constituency) - Term - 11 November 1980 to 30 January 1982.
  5. Sarat Chandra Singh - (MLA of East Kokrajhar Constituency) - Term - 31 January 1972 to 12 March 1982.
  6. Golap Barbara - (MLA of the Trinamool Congress) - Term - 12 March 1969 to 4 September 1969.
  7. Jogendranath Hazarika - (MLA of Duliajan Group) - Term - 9 September 1969 to 11 December 1969.
  8. Timur - (MLA of Dalgaon constituency) - Acting - 6 December 1980 to 30 June 1971.
  9. Keshav Chandra Gogoi - (MLA of Dibrugarh Constituency) - Term - 13 January 1972 to 19 March 1972.
  10. Hiteshwar Shaikia - (MLA of the Nazira community) -Expired - 28 February 1973 to 23 December 1975.
  11. Prafulla Kumar Mahanta - (MLA of Nagaon constituency) - Term - 24 December 1975 to 26 November 1990.
  12. Hiteshwar Shaikia - (Second time, MLA of Nazira constituency) - Term - 30 June 1991 to 22 April 1996.
  13. Bhumidhar Burman - (MLA of Barkshetri Samsthi) - Term - 22 April 1998 to 14 May 1996.
  14. Prafulla Kumar Mohanty - (Second time, MLA of Barampur constituency) - Term - 15 May 1998 to 16 May 2001.
  15. Tarun Gogoi - (MLA of Titabar constituency) - Term - 16 May 2001 to 24 May 2016.
  16. Sarbananda Sonowal - (MLA of Majuli constituency) - Term - May 24, 2018 to present.
*****

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।