Opareting System কি? - What is Opareting system {in Assamese} GK

Opareting System কি?

Opareting System হৈছে কম্পিউটাৰৰ Hardware আৰু Softwere ৰ সম্পদ বা Resource ব্যৱস্থাপনাকাৰী কিছু computer Program ৰ সমষ্টি। যাক চমুকৈ OS বুলিও কোৱা হয়। অপাৰেটিং চিষ্টেমে Computer তথা ব্যৱহাৰকাৰীৰপৰা input লয় আৰু বিভিন্ন Task (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমূহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য Program ক সেয়া প্ৰদান কৰে।

Opareting System কি? - What is Opareting system {in Assamese} GK


অপাৰেটিং চিষ্টেমৰ কিছুমান বিশেষত্ব - {Some features of the operating system} in Assamese

  • Memory management (মেমৰি মেনেজমেন্ট)
  • Processor management (প্ৰচেছৰ মেনেজমেন্ট)
  • Device management (ডিভাইছ মেনেজমেন্ট)
  • File management (ফাইল মেনেজমেন্ট)
  • Security (সুৰক্ষা)
  • Reliability
  • Ease of use

Internet কি?

অপাৰেটিং চিষ্টেমৰ উদাহৰণ- {An example of an operating system} in Assamese

  • এণ্ড্ৰইড
  • লিনাক্স
  • মেক অ’এচ টেন
  • মাইক্ৰ’চফ্ট উইণ্ডোজ ইত্যাদি।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।