কাটিলে তেজ ওলোৱা গছজোপা || INTERSTING FACTS IN ASSAMESE

INTERSTING FACTS IN ASSAMESE - তেজ ওলোৱা গছৰ কথা আপুনি আগতে শুনিছেনে?


বিশ্বত বহুতো আচৰিতজনক ঘটনা সংঘটিত হৈ থাকে। তাৰে কিছুমান বিশ্বাস কৰিবলৈ টান যদিও সত্য। এনে অবিশ্বাস্য এক ঘটনাৰ কথা আজি জানক। আমি সাধাৰণতে সকলোয়ে গছ কটা দেখো বা দেখিছো। সেয়া একো ডাঙৰ কথা নহয়। কিন্তু যদি সেই গছ কাটিলে তেজ ওলাই বুলি কওঁ আপুনি হয়তো মানিবলৈ টান পাব। কিন্তু আপুনি নামানিলেও এইটো সত্য যে বিশ্বত এনে গছো আছে যি গছ কাটিলে তেজ ওলায়।


FACTS IN ASSAMESE-


হয় কাটিলে তেজ ওলোৱা এই গছজোপাৰ নাম ব্লাজৰুজ ট্ৰী (Dragon Blood Tree)। গছজোপা দুষ্প্ৰাপ্য যদিও বিশেষকৈ দক্ষিণ আফ্ৰিকাত পোৱা যায় এই প্ৰজাতিৰ গছজোপা। গছজোপাক আন বেলেগ বেলেগ নামৰেও জনা যায়। দক্ষিণ আফ্ৰিকাৰ বাহিৰেও আন কিছু জেগাত যেনে মোজাম্বিক, নামীবিয়া আদিতো এই গছবিধ পোৱা যায়।


GK IN ASSAMESE LANGUAGE || INTERSTING FACTS IN ASSAMESE


উল্লেখযোগ্য যে যেতিয়া এই গছ বিধ কটা হয় তেতিয়া এক দাঠ ৰঙা ৰঙৰ এক তৰল পদাৰ্থ নিৰ্গত হয়। এই পদাৰ্থ বিধ দেখিবলৈ সম্পূৰ্ণ তেজৰ সৈতে একে। গতিকে সকলোয়ে এই গছ কাটিলে তেজ ওলোৱা বুলিয়েই কয়। যদিও ইয়াৰ আঁৰত কিবা বৈজ্ঞানিক কথা নিহিত হৈ আছে কিছু লোকে এই গছবিধক যাদু আছে বুলি কব খোজে।

***


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।