নিগনিৰ বিষয়ে কিছুমান আমোদজনক তথ্য - Amazing Facts About Rat [in Assamese]

নিগনিৰ বিষয়ে কিছুমান আমোদজনক তথ্য - Amazing Facts About Rat [in Assamese]

Amazing Facts About Rat [in Assamese]


  • নিগনীয়ে উটতকৈ বেছি দিন পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে।
  • যদি নিগনিক বিশুদ্ধ পানী আৰু নিচাযুক্ত পানী দিয়া হয় - নিগনীয়ে নিচাযুক্ত পানীখিনিয়ে খাব।
  • নিগনীৰ ঘাম নোলাই।
  • নিগনিক ইংৰাজীত Mouse, RAT বা Mice কোৱা হয়। Mouse শব্দটো সংস্কৃত শব্দ মচ্ (MUS) ৰ পৰা আহিছে যাৰ অৰ্থ - চোৰ।
  • নিগনীয়ে একেৰাহে ৩ দিন পানীত সাতুৰীব পাৰে।
  • নিগনীয়ে ৩ মিনিটলৈকে উশাহ বন্ধ কৰি থব পাৰে।
  • ১৯৬১ চনত মহাকাশলৈ প্ৰথমবাৰৰ বাবে এটা নিগনী পঠিয়াইছিল ফ্ৰান্সে।
  • নিগনীৰ কলিজা ১ মিনিটত ৬৩২ বাৰ ধপধপাই।
  • নিগনিৰ মুঠ ৬৪ টা প্ৰজাতি আছে। (wiki)
***
Read - 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।