[Apollo 11] এপ'ল' ১১ - in Assamese (GK)

 এপ'ল' ১১

[Apollo 11] এপ'ল' ১১


এপ'ল ১১ আছিল প্ৰথম মহাকাশ অভিযান যাৰ সহায়ত প্ৰথম বাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২০ জুলাই ১৯৬৯ চনত এপ'ল' লুনাৰ মডুল ঈগলক চন্দ্ৰপৃষ্ঠত নমাইছিল। ইয়াৰ প্ৰায় ৬ঘণ্টাৰ পাছত নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি ৰাখিছিল ২১ জুলাইৰ দিনা। তাৰে ১৯মিনিটৰ পাছত বুজ এলড্ৰিনেও নীল আৰ্মষ্ট্ৰঙৰ লগত যোগ দিয়ে। তেওঁলোকে চন্দ্ৰপৃষ্ঠত ৩ঘণ্টা ১৫মিনিট সময় ঈগলৰ বাহিৰত কটাই আৰু চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰে। মাইকেল ক'লিনছে কমাণ্ড মডুল কলম্বিয়া চন্দ্ৰৰ কক্ষপথত উৰাই ৰাখিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২১ ঘণ্টা ৩১ মিনিট চন্দ্ৰপৃষ্ঠত থাকি পুনৰ মহাকাশত কলম্বিয়াৰ লগ লাগিছিল।




অভিযানৰ উদ্দেশ্য

অভিযানৰ মূল উদ্দেশ্য আছিলে আমেৰিকাৰ ৰাষ্ট্ৰীয় উদ্দেশ্য পূৰণ কৰা যিটো আছিলে চন্দ্ৰলৈ মানুহ যোৱা আৰু তাৰ পৰা পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ। এই ৰাষ্ট্ৰীয় উদ্দেশ্যটো আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডিয়ে ২৫ মে' ১৯৬১ চনত ঘোষণা কৰিছিলে। ইয়াৰ উপৰিও অভিযানটোৰ আন বহুতো উদ্দেশ্য আছিলে; চন্দ্ৰপৃষ্ঠৰ পৰা নমুনা সংগ্ৰহ কৰা, পৃথিৱীলৈ সংকেত পঠিয়াবলৈ এটা টেলিভিচন কেমেৰা মোতায়েন কৰা, সৌৰ বতাহ সংযুক্ত পৰীক্ষাৰ বাবে সঁজুলি, ভূকাম্পিক পৰীক্ষাৰ সঁজুলি, লেজাৰ ৰেনজিং ৰেত্ৰ ৰিফ্লেক্টৰ মোতায়েন কৰা




READ- কম্পিউটাৰ ভাইৰাছৰ বিষয়ে জানোঁ আহক


অভিযানৰ প্ৰকাৰ- Crewed lunar landing

নিয়ন্ত্ৰক- NASA

COSPAR ID- CSM: 1969-059A

LM: 1969-059C

SATCAT no. CSM: 4039

LM: 4041

অভিযানৰ সময়- 8 days, 3 hours, 18 minutes, 35 seconds


Spacecraft properties

মহাকাশযান- Apollo CSM-107

Apollo LM-5

নিৰ্মাতা

CSM: North American Rockwell

LM: Grumman

উত্‍ক্ষেপিত ভৰ- 1,00,756 pounds (45,702 কেজি)

অৱতৰণ ভৰ- 10,873 pounds (4,932 কেজি)


Crew

Crew size- 3

সদস্য

  • Neil A. Armstrong
  • Michael Collins
  • Edwin E. Aldrin, Jr.

Callsign

CSM: Columbia

LM: Eagle

On surface: Tranquility Base


Start of mission

উৎক্ষেপণৰ তাৰিখ- July 16, 1969, 13:32:00 UTC

ৰকেট- Saturn V SA-506

উৎক্ষেপণ স্থলী- Kennedy Space Center LC-39A


End of mission

Recovered by- USS

Landing date- July 24, 1969, 16:50:35 UTC

Landing site- North Pacific Ocean [13°19′N 169°9′W]


Orbital parameters

প্ৰসংগ  প্ৰণালী - Selenocentric

Pericynthion altitude- 54.5 নেন মাইলs (100.9 km)

Apocynthion altitude- 66.1 নেন মাইলs (122.4 km)

Inclination- 1.25 degrees

Period- 2 hours

Epoch- July 19, 1969, 21:44 UTC


Lunar orbiter

Spacecraft component- Command and service module

Orbital insertion- July 19, 1969, 17:21:50 UTC

Orbital departure- July 22, 1969, 04:55:42 UTC

Orbits- 30


Lunar lander

Spacecraft component- Apollo Lunar Module

Landing date- July 20, 1969, 20:17:40 UTC

Return launch- July 21, 1969, 17:54 UTC

Landing site- Tranquility Base,

Mare Tranquillitatis

Lunar coords and quad cat

Sample mass- 47.51 pounds (22 কেজি)

Surface EVAs- 1

EVA duration- 2 hours, 31 minutes, 40 seconds


Docking with LM

Docking date- July 16, 1969, 16:56:03 UTC

Undocking date- July 20, 1969, 17:44:00 UTC


Docking with LM ascent stage

Docking date- July 21, 1969, 21:35:00 UTC

Undocking date- July 21, 1969, 23:41:31 UTC

***

INFO - https://as.wikipedia.org

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।