[PDF Download] বুঢ়ী আইৰ সাধু - Burhi Aair Sadhu: লক্ষ্মীনাথ বেজবৰুৱা ৰচিত সাধু সংকলন

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

বুঢ়ী আইৰ সাধু হৈছে শিশু উপযোগী এখন সাধু সংকলন। এই কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ১৯১২ চনৰ অক্টোবৰ অথবা নৱেম্বৰ মাহত। লক্ষ্মীনাথ বেজবৰুৱাদেৱে নানা প্ৰবন্ধে বহুজনৰপৰা লিখিত ৰূপত সাধু কথাবোৰ সংগ্ৰহ কৰিছিল। এই সাধুকথা বোৰকে "বুঢ়ী আইৰ সাধু" নাম দি সাধু সংকলনৰূপে প্ৰকাশ কৰিছিল।


[PDF Download] বুঢ়ী আইৰ সাধু - Burhi Aair Sadhu


লেখক: লক্ষ্মীনাথ বেজবৰুৱা

দেশ: অসম, ভাৰত

ভাষা: অসমীয়া

প্ৰকাৰ: সাধু সংকলন

প্ৰকাশক: বনলতা

প্ৰকাশ: ১৯১২

মিডিয়া প্ৰকাৰ: মুদ্ৰণ

Download:- অসমৰ বুৰঞ্জী - History of Assam - PDF free Download


বুঢ়ী আইৰ সাধুত মুঠ ৩০টা সাধু আছে। সাধুকেইটাৰ নাম তলত উল্লেখ কৰা হ'ল:


  1. চিলনীৰ জীয়েকৰ সাধু
  2. বান্দৰ আৰু শিয়াল
  3. ঔ-কুঁৱৰী
  4. ঢোঁৰাকাউৰী আৰু টিপচীচৰাই
  5. এজনী মালিনী আৰু এজোপাৰ ফুল
  6. বুধিয়ক শিয়াল
  7. বুঢ়া-বুঢ়ী আৰু শিয়াল
  8. দীঘল ঠেঙীয়া
  9. গঙ্গাটোপ
  10. নুমলীয়া পো
  11. সৰবজান
  12. এটা শিঙৰা মাছৰ কথা
  13. এটা বলী মানুহ
  14. চিলনী জীয়েকৰ সাধু
  15. কটা যোৱা নাক,খাৰণী দি ঢাক
  16. তীখৰ আৰু চুটিবাই
  17. চম্পাৱতী
  18. জৰদগৱ ৰজাৰ উপাখ্যান
  19. পানেশৈ
  20. জোঁৱাইৰ সাধু
  21. কুকুৰীকণা
  22. ভেকুলীৰ সাধু
  23. তাৱৈয়েকৰ সাধু
  24. লটকন
  25. লখিমী তিৰোতা
  26. দুই বুধিয়ক
  27. কাঞ্চনী

500+ Assamese books download pdf

[PDF Download] বুঢ়ী আইৰ সাধু - Burhi Aair Sadhu





তথ্য সংগ্ৰহ - as.m.wikipedia.org

PDF- XUKHDUKH.COM

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।