আছেনে ৩৩ কৌটি দেৱতা? জানোঁ আহকচোন

আমি কৈ থকা ৩৩ কৌটি দেৱতাৰ নামসমূহ চাওঁ আহকচোন-

33 kouti debotar naam

তেত্ৰিশ কোটি দেৱতা মানে হ'ল তেত্ৰিশ প্ৰকাৰৰ দেৱতা


🔵 দ্বাদশ আদিত্য: বিবস্বান্, অর্যমা, পূষা, ত্বষ্টা, সৱিতা, ভগ, ধাতা, বিষ্ণু ( দ্বাদশ আদিত্যৰ অধিপতি ), বৰুণ, মিত্র, ইন্দ্র, অংশুমান l

🔵 একাদশ ৰুদ্র হৈছে শিৱৰ বিভিন্ন ৰূপ: মন্যু, মনু, মহিনস, মহান, শিৱ, ঋতুধ্বজ, উগ্রৰেতা, ভৱ, কাল,  বামদেব, ধুতব্রত

🔵 অষ্ট বসু:
ধৰা ( পৃথিৱী ), অনল ( অগ্নি ), অনিল ( বায়ু ), অহ ( ব্যপ্ত ), প্রত্যুষ, প্রভাষ, সোম, ধ্রুৱ

🔵 দুই_অশ্বিনীকুমাৰ:
 নাসত্য, দস্র

©সূৰুজ পেজ

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।