Google ৰ বিষয়ে কেইটামান আচৰিত তথ্য

Google Facts in Assamese

বৰ্তমান সময়ত প্ৰতিজন ব্যক্তিয়েই পৰোক্ষ বা প্ৰতক্ষ্যভাবে ইন্টাৰনেটৰ সৈতে জড়িত হৈ আছে আৰু অধিকাংশই কিবা চাৰ্চ কৰিবলৈ হলে Google ব্যৱহাৰ কৰে বুলি ক’ব পাৰি। আৰু এই গুগলৰ এনেকুৱা কিছুমান আচৰিত তথ্য- Google Facts আছে যিবোৰ জানিলে হয়তো আপুনিও আচৰিত হ’ব। এইবোৰ নো কি হয়? জানো আহক-

Google Facts in Assamese

১) গুগলৰ নামটো বানানৰ ভুলৰ বাবেহে Google হ’ল। গুগলৰ প্ৰতিস্থাপকে "Googol" নাম ৰাখিব বিচাৰিছিল। কিন্তু বানান লিখাৰ ভুলৰ বাবেহে Google হ’ল।

২) Google এ যিকোনো বিষয়ৰে এক মিলিছেকেণ্ডত ইমানেই ৰিজাল্ট আনি দিব পাৰে যিবোৰ আপুনি হয়তো হিচাপ কৰিব নোৱাৰিব।

৩) Google কোম্পানীত কাম কৰা প্ৰায় ২০ শতাংশ ব্যক্তি এনেধৰণৰ আছে যি কেতিয়াও কলেজলৈ যোৱা নাছিল।

৪) Google কোম্পানীয়ে ৮০ শতাংশতকৈও অধিক আয় বিভিন্ন ধৰণৰ বিজ্ঞাপনৰ পৰা লাভ কৰে।

৫) গুগলে প্ৰতি দিনে প্ৰায় ৭ আৰৱতকৈও অধিক টকা আয় কৰে আৰু এই হিচাপত প্ৰতি ছেকেণ্ডত ৬০,০০০ (ষাঠি হাজাৰ) টকাতকৈও অধিক আয় কৰে।

৬) গুগল কোম্পানীত প্ৰতি দিনে চাকৰিৰ বাবে ২৫,০০০ তকৈও অধিক ব্যক্তিয়ে আবেদন কৰে।

৭) আপুনি বাৰু Google প্ৰতিস্থাপকৰ নাম জানে নে? Google ৰ প্ৰতিস্থাপকৰ নাম হৈছে Larry Page আৰু Sergey Brin ।

৮) Google এ ২০০৪ চনৰ ১ এপ্ৰিলত Gmail ৰ আৰম্ভণি কৰিছিল।

৯) Alexa ৰ মতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ আৰু আটাতকৈ বেছি ব্যৱহাৰ কৰা ৱেবছাইট হৈছে - google.com .

আপুনিও যদি আপোনালোকৰ ৱেবচাইট assamesegk.info ত লিখিব বিছাৰে ইয়াত কৰক - Click Here

- Team ASSAMESE GK INFO

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।