কান্দিলে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰ হয়: Benefit of crying

হা‍ঁহিৰ উপকাৰ আমি সকলোৱে জানো। কিন্তু কন্দাৰো বহুতো উপকাৰিতা আছে জানিলে আচৰিত হ’ব । কান্দাটো মানৱ জীৱনৰ বাবে বহু উপকাৰী।

Benefit of crying: Assamese Lifestyle


জানো আহকচোন কান্দিলে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰ হয়:


শৰীৰৰ পৰা টক্সিন (Toxins) বাহিৰ কৰেঃ  যেতিয়া মানুহ চিন্তা বা দুখত থাকে তেতিয়া শৰীৰত কেইবাবিধো টক্সিন উৎপন্ন হয়। যদি এই টক্সিন মানুহৰ শৰীৰৰ পৰা বাহিৰ নহয় তেতিয়া বহুত অপকাৰ হব পাৰে। কান্দিলে শৰীৰৰ পৰা লাহে লাহে টক্সিন বাহিৰ হয় আৰু কিছু পৰিমানে দুখ-চিন্তা কম হয়।


টোপনি ভাল হয়ঃ এক অধ্যয়নত প্ৰকাশ পাইছে যে কান্দিলে ভালদৰে টোপনি আহে। দৰাচলতে মানুহে যেতিয়া কান্দে তেতিয়া মগজু শান্ত হয় আৰু ভালকৈ টোপনি আহে।


টেনচনৰ পৰা মুক্তিঃ যেতিয়া কোনো ব্যক্তি টেনচনত থাকে, সেই সময়ত ব্যক্তিজনে কান্দি লয় তেতিয়া টেনচনৰ পৰা কিছু পৰিমানে সকাহ পায়। লগতে শৰীৰৰ পৰা Oxytocin আৰু Endorphins নামৰ ৰাসায়নিক দ্ৰব্য বাহিৰ হয় তেতিয়া ব্যক্তি জনৰ মনটো ভাল হয়।


চকুৰ বাবে উপকাৰীঃ বাঢ়ি অহা প্ৰদূষণ আৰু প্ৰযুক্তিৰ বাবে আমাৰ চকুত বহুতো বেয়া প্ৰভাৱ পৰে। এনে সময়ত ব্যক্তিজনে যদি চকুপানী উলিয়াই দিব পাৰে তেতিয়া চকু পৰিস্কাৰ হয়। লগতে চকুৰ তৰলতা বৃদ্ধি পায় যিবোৰ আমাৰ চকুৰ বাবে বহুত উপকাৰী।

***

Read- MRI স্কেন আৰু পদ্ধতিৰ সম্পর্কে জানো আহক

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।