এজন মদাহীক কেনেকৈ অতি সহজে মদ এৰুৱাব পাৰিব

মদ এনে এক আসক্তি যি এজন মানুহকেই নহয় এখন ঘৰ, এখন সংসাৰ ধ্বংস কৰি দিব পাৰে,লৰা ছোৱালীৰ জীৱনলৈ বেয়া প্ৰভাৱ আহিব পাৰে। সেইবাবে মদ কিমান বেয়া বস্তু ই কেনেকৈ মানু্হক শেষ কৰিব পাৰে সেইয়া চাগে বেলেগকৈ নকলেও হব।

how to leave liqueur easily

কিন্তু কিছুমানে এই মদ খালে যে এৰিব নোৱাৰে তেনেকুৱা পৰিস্থিতিত আমি এজন মানু্হক মদ খোৱাৰ পৰা কেনেকৈ আঁতৰাব পাৰিম, সেই বিষয়ে আজি আপোনালোকক মদ এৰুৱাবলৈ ঘৰতে তৈয়াৰ কৰিব পৰা এবিধ ঔষধ দিম। কিন্তু এদিন দুদিনতে এইটো সম্ভৱ নহয়, আপুনি সময় দিব লাগিব।


সামগ্ৰী:

মদ এৰুৱাবলৈ প্ৰথমতে আপোনাক লাগিব আদাৰ গুৰি, আদাৰ গুৰি আপোনালোকে ঘৰতে তৈয়াৰ কৰি লব পাৰিব। তাৰ কাৰণে আপুনি আদাৰ সৰু সৰু টুকুৰা কৰি ৩-৪ দিন ৰদত ভালকৈ শুকুৱাই লব তাৰ পাছত মিক্সিত ভালকৈ খুন্দি লব আৰু গুৰি খিনি ভাল কৈ এটা টেমাত ভৰাই থব।


দ্বিতীয়তে আপোনাক লাগিব জনি গুটি (Ajwain).

এই দুটা বস্তুৰ সহায়তে আপুনি তৈয়াৰ কৰিব পাৰিব


কেনেকৈ প্ৰস্তুত কৰিব:

প্ৰথমতে এটা চচপেন লব, তাত এক গিলাছ পানী লব আৰু তাত এক চামুচ জনি গুটি আৰু এক চামুচ আদৰ গুৰি দিব আৰু তাৰ পাছত ভালকৈ উতলিবলৈ দিব, যাতে এক গিলাছ পানীৰ আধা গিলাছ পানী ৰয় গৈ।

পানী খিনি ঠাণ্ডা হবলৈ দিব, ঠাণ্ডা হোৱাৰ পাছত চেকনিৰ সহায়ত পানী খিনি চেকি লব। এই পানী খিনি লগা লগ খাই নিদিব। ৩ দিন পানী খিনি ভাল কৈ জমা কৰি থব, ফ্ৰীজ আছে যদি তাতে ৰাখিব।


৩ দিন পাছত পানী খিনি আপুনি ৰাতিপুৱা ৬ টা বজাত খুৱাব।


গেছ প্ৰবলেম নাথাকিলে খালী পেটতে খাব আৰু যদি গেছ আছে কিবা এটা খাই খাব। এনেদৰে দিনটোত দুবাৰ খাব লাগিব। এবাৰ ৰাতিপুৱা আৰু এবাৰ শুৱাৰ আগতে খাব। এই পানী খিনি আপুনি সাঁচি ৰাখিব পাৰে। ঠাণ্ডা দিনত সাঁচি ৰখা পানী খিনি গৰম কৰি খাব আৰু গৰম দিনত ফ্ৰিজৰ পৰা উলিয়াই খাব। এনেদৰে ৩ মাহ দিন এই পানী খুৱাব লাগিব।


আপুনি জানেনে বাৰু এজন মদাহীয়ে কিয় মদ এৰিব নোৱাৰে:-

এজন মদাহীয়ে এই কাৰণে মদ এৰিব নোৱাৰে কাৰণ বেছিকৈ মদ খোৱাৰ ফলত তেওঁৰ শৰীৰত ছালফাৰ কমি যায়। ছালফাৰ কমি যোৱাৰ ফলত শৰীৰত এনে এক পদাৰ্থ উৎপন্ন হয় যাৰ ফলত তেওঁৰ মদ খাবলৈ মন গৈ থাকে।


আদা আৰু জনি গুটিৰ এই পানী মদ খোৱা মানু্হক খুৱালে তেওঁৰ শৰীৰৰ কমি যোৱা ছালফাৰৰ পৰিমান বিদ্ধি হয়। ছালফাৰৰ পৰিমাণ যেতিয়া বৃদ্ধি হব তেতিয়া তেওঁৰ মদ এৰিবলৈ মন যাব।


এদিনতে যিহেতু মদ এৰুৱাব নোৱাৰি গতিকে আপুনি ৩ মাহ এনেকৈ খুৱাই চাওঁক, নিশ্বয় ইয়াৰ ফল আপুনিও পাব।

Cradit - borluit.online

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।