কৰোণা ভেকচিন ল’বলৈ কিদৰে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব? [Covid 19 Vaccine Registration]

সাম্প্ৰতিক কৰোণা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অৱ হেলথ এন ফেমিলী ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে ভাৰতবৰ্ষৰ ১৮ পৰা ৪৪ বছৰৰ সকলো নাগৰিককে বিনামূলীয়া ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ১৮ বছৰ উৰ্ধৰ সকলো লোকে ২৮ এপ্ৰিল ২০২১ তাৰিখৰ পৰা আৰোগ্য সেতু এপচৰ যোগেদি এই ভেকচিন ল’বৰ বাবে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ এই লেখনিটোত কিদৰে Covid 19 Vaccine ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ বিষয়ে উল্লেখ কৰা হৈছে৷

Covid 19 Vaccine Registration


ৰেজিষ্ট্ৰেচনৰ সময়ত কি ডকুমেণ্টচৰ প্ৰয়োজন হ’ব?

  • Aadhaar card
  • Driving License
  • PAN card
  • Passport
  • Pension Passbook
  • NPR Smart Card
  • Voter ID Card (EPIC)

আদিৰ যিকোনো এখন ডকুমেণ্ট হ’লেই হ’ব৷ ভেকচিন লোৱাৰ দিনাও চিকিৎসালয়লৈ সেই ডকুমেণ্ট কপিয়েই লগত নিব লাগিব৷ 



ৰেজিষ্ট্ৰেচন কৰিবলৈ কি কৰিব লাগিব?

1. প্ৰথমে আপুনি Google Play Store ৰ পৰা Aarogya Setu app নাইবা UMANG App যিকোনো এটা ইনষ্টল কৰি ল’ব লাগিব৷


2. এপটো অপেন কৰি "Important Web-links of COVID Vaccine Registration" নামৰ লিংকটোত যাব 


3. এটা নতুন পেজ খুল খাব আৰু তাত নিজৰ সক্ৰিয় মোবাইল নাম্বাৰটো এড কৰি "Get OTP" ত ক্লিক কৰিব৷ মোবাইলৰ ইনবক্সত এটা otp code আহিব আৰু সেই ক’ডটো খুলি ৰখা পেজটোত ইণ্টাৰ কৰি চাবমিট কৰি দিব৷


4. তাৰ পিছত নিজৰ নাম, ঠিকনা আদি পূৰ কৰি চাবমিট কৰক


5. তাৰ পিছতে "Schedule" বুটমত ক্লিক কৰক আৰু তাৰ পিছত নিজৰ অঞ্চলৰ পিন নাম্বাৰ ইণ্টাৰ কৰাৰ পিছত আপোনাৰ অঞ্চলত ক’ত ক’ত ভেকচিন ল’ব পাৰিব আৰু কেতিয়া ল’ব পাৰিব তাৰ তথ্যসমূহ স্ক্ৰীণত দেখা পাব৷


6. যিটো কেন্দ্ৰত আপুনি ভেকচিন ল’ব বিচাৰে তাত ক্লিক কৰি কনফ্ৰম কৰক৷তাৰ পিছতে আপোনাৰ ভেকচিন ৰেজিষ্ট্ৰেচন সম্পন্ন হ’ব৷


* ইয়াৰ উপৰি আপুনি আপোনাৰ পৰিয়ালৰ আন সদস্যও ৰেজিষ্ট্ৰেচন কৰাই ল’ব পাৰে৷


তলৰ লিংকত ক্লিক কৰিও ৰেজিষ্ট্ৰেচন পেজটোলৈ যাব পাৰে


ৰেজিষ্ট্ৰেচন কৰিবলৈ ইয়াত ক্লিক কৰক:- https://selfregistration.cowin.gov.in

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।