হিজৰা সন্তানৰ জন্ম কেনেকৈ হয়?

হিজৰা সকলৰ মাজত না পুৰুষৰ পূর্ণ বৈশিষ্ট্য দেখা পোৱা যায়, না মহিলা সকলৰ। এই  মিশ্র বৈশিষ্ট্যেৰ বাবে সমাজত সিহতে স্বাভাবিক জীবন-যাপনৰ সুযোগৰ পৰা বঞ্চিত হয়।

হিজৰা সন্তানৰ জন্ম কেনেকৈ হয়?


যদিও হিজৰা সম্প্রদায় এতিয়া তৃতীয় লিঙ্গ হিচাপে স্বীকৃতি প্ৰাপ্ত, তথাপিও সিহঁতৰ অসহায়তাৰ শেষ নাই। হিজৰা সম্প্রদায় বঞ্চিত নানা ধৰণৰ নাগৰিক সুযোগ-সুবিধাৰ পৰা। সমাজত স্বাভাবিক জীবন যাপনৰ সুযোগ-সুবিধা না পাই এই সকল হিজৰা এসময়ত হৈ পৰে ছিনতাইকাৰীৰ নিচিনা, চাঁদাবাজি ও দেহব্যবসাৰ মতো পেশায়। কিন্তু কিয় হয় হিজৰা সন্তানৰ জন্ম? আহক দেখো বিজ্ঞান কি কয়:-

বৈজ্ঞানিক ব্যাখ্যাত XX প্যাটার্ন (Pattern) ক্রোমোজত ছোৱালী শিশু আৰু XY প্যাটার্ন ক্রোমোজত সৃষ্ট হয় লৰা শিশু। অর্থাৎ, X ৰ লগত  X ৰ মিলনত ছোৱালী  আৰু X ৰ লগত Y ৰ মিলনত লৰা সন্তান জন্ম লয়।  তিৰোতা সকল XX ও মতা সকল XY ক্রোমোজম ধাৰণ কৰে। ভ্রুনৰ পূর্ণতাৰ স্তৰবোৰত ক্রোমোজোম প্যাটার্নৰ প্রভাবত ল’ৰা শিশুৰ মাজত অন্ডকোষ আৰু ছোৱালী শিশুর মাজত ডিম্ব কোষ জন্ম লয়। অন্ডকোষৰ পৰা নিসৃত হয় পুৰুষ হৰমোন এন্ড্রোজেন আৰু ডিম্ব কোষৰ পৰা নিসৃত হয় এস্ট্রোজেন। এইক্ষেত্রত ভ্রুনৰ বিকাশ সময়ত নিষিক্তকৰণ ও বিভাজনৰ ফলত কিছুমান অস্বাভাবিক প্যাটার্নৰ সৃষ্টি হয় যেনে XXY অথবা XYY। ইয়াৰ ফলত বিভিন্ন গঠনৰ হিজৰা শিশুৰ জন্ম হয়।


Read - 1. শকত হোৱাৰ সহজ উপায়

            2. কান্দিলে আমাৰ শৰীৰত কেনেধৰণৰ উপকাৰ হয়


এটা হিজৰা শিশু পৰিণত বয়সত যোৱাৰ আগতে যদি যথাযথ মেডিকেল ট্রিটমেন্ট কৰা হয় তেন্তে বেছি ভাগ ক্ষেত্রতেই তাক ঠিক কৰা সম্ভব। কিন্তু যেতিয়া জানিব পৰা যায় যে তেও সাধাৰণ আৰু দশজনৰ পৰা বেলেগ তেতিয়া আচলতে বহুত পলম হৈ যায়।

***

DOWNLOAD ASSAMESE GK APP

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।