[2021] Assamese Quiz - GK

These 10 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily-based publication system. You are requested to visit this website at least once a day to increase your general knowledge.


[2021] Assamese Quiz - GK

Assamese Quiz - GK

 
ক্ৰমিক নং প্ৰশ্ন উত্তৰ
1 পৃথিৱীৰ বৃহত্তম জনবহুল মহানগৰী কি? টকিঅ’।
2 কোন দেশৰ ৰাজধানী একুৰি দ্বীপত অৱস্থিত? চুইডেনৰ ৰাজধানী ষ্টকহ’ম।
3 পৃথিৱীৰ প্ৰাচীনতম ৰাজধানী চহৰ খনৰ নাম কি? দামাস্কাচ (খৃঃ পূঃ ২০০০ ত প্ৰতিষ্ঠিত)।
4 পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? ইন্দোনেচিয়া। ৬৬৭ ট আগ্নেয়গিৰি আছে।।
5 কোন দুখন মহাদেশত বান্দৰ নাই? অষ্ট্ৰেলিয়া আৰু কুমেৰু।
6 এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা কোন? জনক’টাবাই (জাপান)।
7 বিশ্বৰ সৰ্বপ্ৰথম মহিলা মহাকাশযাত্ৰী কোন? ভেলেটিনা ভ্‌লদিমিৰ ভনা টেৰিছক’ভা (ৰাছিয়া)।
8 পৰমাণুৰ গঠন (Structure of Atom) তত্ত্বৰ আৱিষ্কাৰ কোনে কেতিয়া কৰে? আৰ্নেষ্ট ৰাদাৰফোৰ্ড, হাঞ্চ গাইগাৰ আৰু আৰ্নেষ্ট মাৰচ্‌ডেনে ইং ১৯১১ চনত।
9 ভাৰতৰ ৰিজাৰ্ভ বেঙ্ক কেতিয়া প্ৰতিষ্ঠা হৈছিল? ১৯৩৫ চনত।
10 বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন? চুইজাৰলেণ্ড।

Assamese Quiz Test - অসম কুইজ
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।