20 Amazing Facts About The Taj Mahal [তাজমহলৰ ২০ টা আশ্চৰ্য্যজনক তথ্য] - in Assamese

The Taj Mahal is one of the seventh wonders of the world.
The monument was erected by Ishan Khan, a master craftsman, in memory of Mumtaz Begum, wife of Shahjahan.

You may not know the various mysteries of this Taj Mahal. Today we will try to tell you a lot about the Taj Mahal in Assamese Language

You will read to the end because the more you read, the more interesting information you will find.


20 Amazing Facts About The Taj Mahal - in Assamese

  1. তাজমহল নিৰ্মানৰ সামগ্ৰীবোৰ অনা নিয়া কৰিবলৈ ১৫০০ হাতীৰ ব্যৱহাৰ কৰা হৈছিল৷
  2. তাজমহলৰ নিৰ্মান কাৰ্য ১৬৪৩ চনতে সম্পূৰ্ণ হৈছিল যদিও আৰু অধিক সুন্দৰ দেখিবলৈ চাহজাহানে আৰু ১০ বছৰ বেছিকৈ কাম কৰোৱাইছিল৷
  3. তাজমহলক ভাৰতৰ শৌৰ্য্য-বীৰ্য্য আৰু প্ৰেমৰ প্ৰতীক হিচাপে ধৰা হয়৷
  4. তাজমহলৰ উচ্চতা ৭৩ মিটাৰ৷ 
  5. তাজমহলৰ কাম সম্পূৰ্ণ কৰিবলৈ ২২ বছৰ লাগিছল আৰু ২২ হাজাৰ কৰ্মচাৰীয়ে একেলগে কাম কৰিছিল৷ 
  6. প্ৰতিদিনে তাজমহল চাবলৈ সমগ্ৰ বিশ্বৰ পৰা ১২ হাজাৰ দৰ্শনাৰ্থী আহে৷ 
  7. তাজমহল পৃথিৱীৰ সকলোতকৈ বেছি দৰ্শন কৰা অট্টালিকা৷ 
  8. ইতিহাসত পোৱা মতে চাহজাহানে এনেকুৱা আৰু এটা কলা তাজমহল সাজিব বিচাৰিছিল কিন্তু ৰাজ্যত কিবা অসুবিধাৰ সৃষ্টি হোৱা বাবে মনৰ আশা মনতে ৰৈ গ'ল৷
  9. তাজমহল বনাওঁতে প্ৰায় ২৮ বিধ পাথৰৰ ব্যৱহাৰ কৰিছিল৷ 
  10. তাজমহলৰ বেৰবিলাক বহুত অমূল্য ৰত্নখচিত আছিল কিন্তু বৃটিছে আহি এইবিলাক উলিয়াই লৈ যায়৷ 
  11. তাজমহল বনাওঁতে সেইসময়ত প্ৰায় ৩.২ কৌটি টকা খৰচ কৰিছিল যাৰ বৰ্তমান মূল্য প্ৰায় ৬,৮০০ কৌটি৷ 
  12. ঔৰঙ্গাবাদত এটা সৰু তাজমহলৰ প্ৰতিকৃতি আছে যাক মিনী তাজমহল বোলে৷ 
  13. তাজমহলৰ ৰঙ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ হয়৷ ই ৰাতিপুৱা পাতল গোলাপী, আবেলি দুগ্ধসদৃশ বগা আৰু ৰাতি সামান্য সোণালী ৰঙৰ হয়৷ 
  14. চাহজাহানে বিচাৰিছিল যে তাজমহলত কোনো খুঁত নাথাকক আৰু তেনেকুৱা কোনো সৌধ দ্বিতীয় এটা গঢ়ি নুঠক সেয়েহে তেওঁ প্ৰধান কাৰিকৰজনৰ হাত কাটি দিবলৈ আদেশ দিছিল যাতে তেওঁ আৰু তেনেকুৱা কোনোধৰণৰ সোধ সৃষ্টি কৰিব নোৱাৰে৷ আদেশটোৰ কথা গম পাই কাৰিকৰজনে তাজমহলত এটা সামান্য ফুটা কৰি দিছিল যিটো ফুটাৰে বৰষুণৰ পানী আহি মুমতাজৰ কৱৰত পৰে৷
  15. হিন্দু পক্ষ অনুসৰি তাজমহল নাম হৈছে "তেজোমহালয়"৷ 
  16. তাজমহলৰ চাৰিওঁকাষে চাৰিটা মিনাৰ আছে৷ মিনাৰকেইটা সামান্য বাহিৰৰ ফালে হেলনীয়া হৈ আছে  যাতে ভূমিকম্পসম কোনোধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহি মিনাৰকেইটা ভাঙি পৰিলে বাহিৰৰ ফালে পৰি যায় আৰু সৌধটোৰ কোনো ক্ষতি নহয়৷ 
  17. কোনো ইছলামিক দেশত এনেকুৱা এটাওঁ সৌধ নাই যাৰ অন্তত মহল শব্দ যোগ হয় আৰু মহল শব্দটো কোনোধৰণৰ ইছলামিক শব্দ নহয়৷ 
  18. দ্বিতীয় বিশ্বযুদ্ধ, ১৯৭১ চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত তাজমহলটো বাহৰ ঘেৰেৰে আৱৰি দিছিল যাতে যুদ্ধৰ ফলত তাজমহলৰ কোনোধৰণৰ ক্ষতি নহয়৷ 
  19. যদি আপোনাক মই সোধো যে তাজমহল ওখ নে কুতুব মিনাৰ ওখ  নিশ্চয়কৈ আপুনি কুতুব মিনাৰ বুলিয়েই কব  কিন্তু সত্যটো এয়াই যে কুতুব মিনাৰতকৈ তাজমহল ৫ ফুট বেছি ওখ৷ 
  20. পৃথিৱীৰ সপ্তম আশ্চাৰ্য্যৰ ভিতৰত তিনি নম্বৰ স্থান তাজমহলে দখল কৰি আছে৷


Please like and follow the ASSAMESE GK page on Facebook to keep up to date with all our updates. Thank you

Taj Mahal from drone's eyes in 4k

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।