অধিবক্তা বা উকীলসকলে কিয় ক'লা ৰঙৰ কোট পৰিধান কৰে? জানেনে?

উকীলসকলে ক'লা কোট পৰিধান কৰা পৰম্পৰা পোন প্ৰথমে ইংলেণ্ডৰ পৰা আৰম্ভ হৈছিল বুলি জনা যায়। ইংলেণ্ডত Royal family ৰ কোনোবা মৃত্যু হ'লে সামূহিক মৃত্যুৰ শোক প্ৰকাশ কৰিবলৈ ক'লা কাপোৰ পৰিধান কৰা নিয়ম আছিল। 

Why all lawyers wear black coats? Gk in assamese

আপুনি বাৰু জানেনে অধিবক্তা বা উকীলসকলে কিয় ক'লা ৰঙৰ কোট পৰিধান কৰে ?

১৮৬৫ চনত ইংলেণ্ডৰ Royal family "King Charles ll" মৃত্যু হোৱাত সামূহিক শোক প্ৰকাশ কৰিবলৈ royal family এ ক'ৰ্ট উকীলসকলক ক'লা ৰঙৰ কাপোৰ পৰিধান কৰিবলৈ নিৰ্দেশ দিছিল আৰু সেই তেতিয়াৰ পৰাই ইংলেণ্ডত ক'ৰ্ট সমূহত ক'লা ৰঙৰ কোট পৰিধান কৰা ব্যৱস্থা প্ৰচলিত হয়। আমাৰ ভাৰতত প্ৰায় কিছুমান আইন বা নিয়ম ব্ৰিটিছ শাসনকালৰ পৰা প্ৰচলন হৈ আহিছে, ঠিক তেনেকৈয়ে ১৯৬১ চনৰ পৰা ভাৰততো উকীলসকলে ক'লা কোট পৰিধান কৰা ব্যৱস্থা বা নিয়ম অনিবাৰ্য কৰি দিয়া হয়।

Why all lawyers wear black coats?

অন্যহাতে ইয়াৰ দুটা কাৰণত ক'লা ৰং টো বাছনি কৰা হৈছিল । ক'লা কোট' পিন্ধাৰ মুখ্য কাৰণ হৈছে, ক'লা হৈছে কৰ্তৃত্ব আৰু ক্ষমতাৰ ৰং আৰু ক'লা ৰখাটোৱে নিজকে প্ৰতিনিধিত্ব কৰে। যিদৰে পুৰোহিতসকলে ঈশ্বৰৰ ওচৰত তেওঁলোকৰ বশ্যতা দেখুৱাবলৈ ক'লা পোছাক পিন্ধে, তেনেকৈ উকীলসকলে ন্যায়ৰ ওচৰত তেওঁলোকৰ নিবেদন দেখুৱাবলৈ ক'লা পোছাক পিন্ধে।

***

#Why_all_lawyers_wear_black_coats? আপুনি বাৰু জানেনে অধিবক্তা বা উকীলসকলে কিয় ক'লা ৰঙৰ কোট পৰিধান কৰে ❓ 

Posted by জ্ঞান বিজ্ঞান & পৃথিৱীৰ বিভিন্ন ৰহস্যময় তথ্য on Wednesday, 7 April 2021
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।