Amazing Facts About Whatsapp [in Assamese]

Hello friends, today we are going to talk about a popular app That is Whatsapp.

Whatsapp is available to almost all smartphone users in the world There are some interesting things about this Whatsapp Which you will learn from this article.

You have to read the whole article, because the more you read, the more amazing and interesting the information will be.


Amazing Facts About Whatsapp in Assamese


Amazing Facts About Whatsapp [in Assamese]
Whatsapp ৰ ব্যৱহাৰ প্ৰায় ৫৩ টা ভাষাত হয়৷

Amazing Facts About Whatsapp [in Assamese]
প্ৰতিদিনে Whatsapp ত ১৬০ কৌটি ফটো, ৬০ কৌটি ভিডিঅ আৰু ৮ কৌটি GIF আদান-প্ৰদান হয়৷

Amazing Facts About Whatsapp [in Assamese]
Whatsapp ত প্ৰতিদিনে ৪,৫০০ কৌটি মেচেজ আদান-প্ৰদান হয়৷

Amazing Facts About Whatsapp [in Assamese]
Facebook য়ে Whatsapp ক ১১৮২ আৰৱ টকাৰ বিনিময়ত ক্ৰয় কৰে আৰু এতিয়া Whatsapp ৰ মালিকীস্বত্ব Facebook য়ে পাই আছে৷

Amazing Facts About Whatsapp [in Assamese]
Whatsapp ৰ নিৰ্মাতা জন কৌম হোটেলৰ চাফাই কৰ্মচাৰী আছিল যি আজি আৰৱপতি৷ সেয়েহে আমি আমাৰ ইচ্ছাৰ বিপৰীতে ঘটা কাৰ্য্যবোৰত দুখ কৰিব নালাগে কাৰণ কাৰ ভৱিষ্যৎ কি আছে কোনেওঁ নাজানো৷

Amazing Facts About Whatsapp [in Assamese]
Whatsapp ৰ এক বছৰৰ উপাৰ্জন নাছাৰ (NASA) বাজেটতকৈও বেছি৷ জামাকা আৰু উত্তৰ কোৰিয়াৰ দৰে দোশৰ GDP তকৈও অধিক Whatsapp ৰ উপাৰ্জন৷

Amazing Facts About Whatsapp [in Assamese]
আপুনি জানি সচাকৈ আচৰিত হব যে Whatsapp প্ৰতিষ্ঠাপক জন কৌম আৰু ব্ৰিয়ান এক্টনে ফেচবুকত চাকৰিৰ বাবে আবেদন কৰিছিল কিন্তু তেওঁলোকক কোম্পানীয়ে গ্ৰহণ কৰা নাছিল যাৰ ফলত আজি আমি Whatsappৰ দৰে এটা সুন্দৰ এপ পাইছো৷ সেয়েহে কয়, যি কৰে ঈশ্বৰে কৰে আৰু ঈশ্বৰে সদায় ভালৰ বাবে কৰে৷

Amazing Facts About Whatsapp [in Assamese]
Whatsapp ১০০ কৌটিতকৈও অধিক গ্ৰুপ আছে৷

Amazing Facts About Whatsapp [in Assamese]
এজন সাধাৰণ Whatsapp ব্যৱহাৰকাৰীয়ে প্ৰতিদিনে গড়ে ২৩ বাৰ Whatsapp চেক্ কৰে৷

Amazing Facts About Whatsapp [in Assamese]
পৃথিৱীৰ ভিতৰত চতুৰ্থতম সকলোতকৈ বেছি ডাউনলোড কৰা এপ Whatsapp

If you enjoy reading, please share and subscribe to our blog to get regular updates. Thank you.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।