অসমীয়া সাহিত্য কুইজ - [Assamese Literature Quiz]

These 10 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily-based publication system. You are requested to visit this website at least once a day to increase your general knowledge.

Assamese Literature Quiz

 
ক্ৰমিক নং প্ৰশ্ন উত্তৰ
1 ‘অসম’ নামটোৰ কেতিয়াৰ প্ৰচলন হয়? ত্ৰয়োদশ শতিকা মানত আহোম সকলে এই ভূ-খণ্ড জয় কৰাৰ পাছত।
2 প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? মাধৱ কন্দলি।
3 প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি? পদ্মাৱতী দেৱফুকননী।
4 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ধৰ্মপুস্তক (১৮১), আত্মাৰাম শৰ্মা।
5 গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰ হোৱা প্ৰথম নাট খনৰ নাম কি আৰু ইয়াৰ নাট্যকাৰ কোন আছিল? “ধৰালৈ যিদিনা নামিব সৰগ” – সত্যপ্ৰসাদ বৰুৱা।
6 অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে? বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।
7 অসমৰ প্ৰথম মহিলা আই. এ. এছ (I.A.S.) কোন? পাৰুল দাস (১৯৭৪ চন)
8 প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।
9 কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’ হীৰেণ ভট্টাচাৰ্য।
10 ‘চিৰচেনেহী মোৰ ভাষা জননী’ এই গীতটো কোনে ৰচনা কৰিছিল? সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।