[Assamese Poetry Quiz] - অসমীয়া কবিতা কুইজ

[Assamese Poetry Quiz] - অসমীয়া কবিতা কুইজ
ক্ৰমিক নং প্ৰশ্ন উত্তৰ
1 অসমীয়া সাহিত্য-জগতত "মিতভাষৰ স্ৰষ্টা" কোন? নগেন শইকীয়া
2 ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত "মৃত্যু জিনাৰ গান" শীৰ্ষক এটি বিখ্যাত কবিতাৰ সৃষ্টি হৈছিল। সেই কবিতাটোৰ কবি কোন? অমৰজ্যোতি চৌধুৰী
3 "ভূপেনদা--- তোমাক বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো"--- এই শাৰী কবিতাৰ স্ৰষ্টা কোন? মামণি ৰয়ছম গোস্বামী
4 "কাইলৈৰ দিনটো আমাৰ হ’ব" এখন সাহিত্য অকাডেমী বঁটা বিজয়ী কাব্যপুথি। কবিজন কোন? সনন্ত তাঁতি
5 "নৰকাসুৰ" কাৰ কবিতা? নীলিম কুমাৰ
6 কোনখন কবিতাপুথিৰ বাবে মৃদুল হালৈয়ে সাহিত্য অকাডেমী যুৱ বঁটা লাভ কৰিছিল? অকলে আছোঁ কুশলে আছোঁ
7 "আচিনাৰ অসুখ" শীৰ্ষক বিখ্যাত কবিতাটোৰ কবি কোন? নীলিম কুমাৰ
8 ভবেন বৰুৱাই পাতনি লিখা নীলমণি ফুকনৰ কবিতা সঙ্কলনখনি আছিল গোলাপী জামুৰ লগ্ন
9 গ্ৰন্থ হিচাপে গ্যেটে'ৰ "ফাউষ্ট" অসমীয়ালৈ সম্পূৰ্ণ ৰূপত অনুবাদ কৰা কবিগৰাকী হ'ল - নৱকান্ত বৰুৱা
10 "সাগৰ দেখিছা"-- শীৰ্ষক কবিতাপুথিখন কোনজন ৰাজনীতিবিদৰ একমাত্ৰ কবিতাপুথি? দেৱকান্ত বৰুৱা
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।