সাগৰৰ ৰঙ-বিৰঙ নীলবৰণৰ পানী - [Bioluminescence]

Bioluminescence :- এনেও সাগৰৰ পানী দেখাত নীলবৰণৰ দেখাত খুব সুন্দৰ মনোমোহা হয় , কিন্তু ইয়াৰ উপৰিও কিছুমান সাগৰৰ পানীত প্ৰাকৃতিক ভাবে এনে কিছুমান ৰঙ-বিৰঙ ৰশ্মি দেখিবলৈ পোৱা যায়, সেইসময়ত আৰু মনোমোহা দৃশ্য ফুটি উঠে।

Bioluminescence in assamese
Image : https://www.flickr.com/photos/sskinner/6198259288

এইটো এক ৰহস্যময় ঘটনা দৰে হয় ইয়াক খুব কমকৈ দেখিব পোৱা যায় । এই দৃশ্য New Zealand ৰ Plankton Maldives বেছি কৈ দেখা যায় আৰু এই দৃশ্যক Bioluminescence বুলি কোৱা হয়।

এই সাগৰৰ পানীত এক সৰু সৰু জীৱ আছে ইহঁতে জোনাকী পৰুৱা দৰে পোহৰ দিয়ে আৰু সেইবাবে পানীৰ ৰঙ নীলা বা অন্যান্য ৰঙ দেখিবলৈ পোৱা যায় ।

ওচৰৰ পৰা আপোনাৰ দেখাত পানীত কৃত্ৰিম লাইট ব্যৱস্থা থকা দৰে লাগিব , যেতিয়া আপুনি পানী স্পৰ্শ কৰিব তেতিয়াহে বুজি পাব যে এইয়া এক প্ৰাকৃতিক ঘটনা । এনে সাগৰৰ সমূহে প্ৰাকৃতিক ভাবে অতি আচাৰ্যজনক মনোমোহা দৃশ্য গঢ়ি তুলে ।


Posted by জ্ঞান বিজ্ঞান & পৃথিৱীৰ বিভিন্ন ৰহস্যময় তথ্য on Saturday, 3 April 2021
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।