Door to Hell [নৰক দুৱাৰ] - Amazing Facts in Assamese

"Door to Hell" :- এই গাঁতটোত ৪৮ বছৰ ধৰি এনেদৰে জুই জ্বলি আছে ।

Door to Hell [নৰক দুৱাৰ] facts in Assamese

Door to Hell [নৰক দুৱাৰ] Amazing Facts

এই ৰহস্যময় গাঁতটোক মানুহে  "নৰক দুৱাৰ" বুলি কয় ইংৰাজীত ইয়াক "Door to Hell" বুলি জনা যায়। এই গাঁতটো তুৰ্কমেনিস্তানত অৱস্থিত।

    ৭০ দশকত  Soviet Union বহু শক্তিশালী দেশ আছিল ,১৯৭১ চনত ইয়াৰ এটা বিজ্ঞানীৰ দ'লে প্ৰাকৃতিক গেছৰ অনুসন্ধানত তুৰ্কমেনিস্তান ৰ্কাকোম ৰেজিস্থানত উপস্থিত হয় । আৰু সেই স্থানত বিজ্ঞানী দলটোৱে ডাঙৰ ডাঙৰ মেচিনৰ সহায়ত এটা গাঁত খান্দিব আৰম্ভ কৰিলে , কেইবাদিনো খন্দা অন্ততঃ এদিন হঠাত মাটিবোৰ তললৈ খহি পৰাত এটা ডাঙৰ গাঁত হৈ পৰে ইয়াৰ বহলে প্ৰায় ৬৯ মিটাৰ (২২৬ f.t) আৰু গভীৰ প্ৰায় ৩০ মিটাৰ (৯০ f.t) । এই গাঁতটো পৰা প্ৰতি মূহুৰ্ততে মিথেন গেছ ওলাব আৰম্ভ হয়। বিজ্ঞানী সকলে সিদ্ধান্ত কৰিলে যে এই গেছ জ্বলাই শেষ কৰি দিয়া হওঁক আৰু যেতিয়া মিথেন গেছ জ্বলি শেষ হ'ব পূৰ্ণ গাঁত খান্দিব আৰম্ভ কৰিব । কিন্তু বিজ্ঞানী সকলৰ এই সিদ্ধান্তত উপনীত নহ'ল বৰঞ্চ আজিৰ পৰ্য্যটন লৈ এই জুই জ্বলিয়ে আছে ।

    এই গাঁতৰ পৰা এনেদৰে জুই ধৌ ওলাই যেনে মানুহে কল্পনা কৰা নৰক জুইহে জ্বলি থকা দৰে জ্বলি থাকে। এই গাঁতো তুৰ্কমেনিস্তানৰ চৰকাৰে পুনৰ পুতি পেলোৱা ব্যৱস্থা কৰিছিল কিন্তু ইয়াটো বিফল হয় । বৰ্তমান এই ঠাই এক পৰ্যন্তঠলি হৈ পৰিছে ।

***

- Amazing Facts About Whatsapp [in Assamese]

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।