যুক্তাক্ষৰ কাক বোলে? How to write the Yuktakshar in Assamese?

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

Q. যুক্তাক্ষৰ কাক বোলে?

Ans. দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগলাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়।

যেনে-

দুটা বৰ্ণ লগলাগি-


ক + ক = ক্ক
ক + স = ক্স
ক + ষ = ক্ষ

তিনিটা বৰ্ণ লগলাগি-


ন + ধ + ৰ = ন্ধ্ৰ
স + ত + ৰ = স্ত্ৰ
ধ + ৰ + উ = ধ্ৰু

পঢ়ক-> সমাৰ্থক শব্দ


ভাষাবিদ ড॰ গোলোকচন্দ্ৰ গোস্বামীৰ মতে ১৭৪টা আখৰেৰে লিখিব পৰা দুটা বৰ্ণযুক্ত অসমীয়া যুক্তাক্ষৰৰ সংখ্যা ১৪৩টা। ২৭টা আখৰেৰে লিখিব পৰা তিনিটা বৰ্ণযুক্ত যুক্তাক্ষৰ ২১টা৷

তাৰে কিছুমান উদাহৰণস্বৰূপে:-

আখৰবোৰযুক্তাক্ষৰ
ক + কক্ক
ঙ + কঙ্ক
ল + কল্ক
ষ + কষ্ক
স + ফস্ফ
ঙ + খঙ্খ
স + খস্খ
ঙ + গঙ্গ
ঙ + ঘঙঘ
দ + ঘদঘ
শ + চশ্চ
চ + ছচ্ছ
ঞ + ছঞ্ছ
ঞ + জঞ্জ
জ + ঞজ্ঞ
ল + টল্ট
ণ + ঠণ্ঠ
ষ + ঠষ্ঠ
ণ + ডণ্ড
ষ + ণষ্ণ
হ + ণহ্ণ
ক + ষক্ষ
প + তপ্ত
স + তস্ত
ক + তক্ত
গ + নঘ্ন
ম + নম্ন
শ + নশ্ন
স + নস্ন
হ + নহ্ন
ত + থত্থ
ন + থন্থ
ন + দন্দ
ব + দব্দ
ম + পম্প
ল + পল্প
ষ + পষ্প
স + পস্প
ম + ফম্ফ
ষ + ফস্ফ
দ + ৱদ্ব
ম + ৱম্ব
হ + ৱহ্ব
দ + ভদ্ভ
ম + ভম্ভ
ক + মক্ম
দ + মদ্ম
হ + মহ্ম
ম + মম্ম
ষ + টষ্ট

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।