অসমীয়া কুইজ : Assamese GK and QUIZ [PDF] Download

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক
অসমীয়া কুইজ [Assamese GK and QUIZ with PDF] Download

These 19 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily-based publication system. You are requested to visit this website at least once a day to increase your general knowledge.

Quiz in Assamese language

(১) মহাত্মা গান্ধীৰ পিতৃৰ নাম কি আছিল?

উত্তৰ:- কৰমচাঁদ গান্ধী।


(২) মহাত্মা গান্ধীৰ ৰাজনীনৈতিক গুৰুজন কোন?

উত্তৰ:- গোপাল কৃষ্ণ গোখলে।


(৩) কিমান চনত মহাত্মা গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হৈছিল?

উত্তৰ:- ১৯২৪ চনত।


(৪) স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:- চি আৰ দাসে।


Download Assamese GK APP - Click here


(৫) ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন?

উত্তৰ:- এৰিষ্ট'টল।


(৬) কেতিয়া ভাৰতত প্ৰথম দ্বৈত শাসন ব্যৱস্থা প্ৰচলন হৈছিল?

উত্তৰ:- ১৯১৯ চনত।


(৭) ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কমিটীৰ সভাপতি কোন আছিল?

উত্তৰ:- ড° বি আৰ আম্বেদকাৰ।


(৮) কোন তাৰিখে ভাৰতীয় সংবিধান গ্ৰহণ কৰা হয়?

উত্তৰ:- ২৬ নবেম্বৰ, ১৯৪৯ চনত।


(৯) ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনিত কৰিব পৰা সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- দুই।


(১০) ৰাষ্ট্ৰ সংঘৰ প্ৰধান কাৰ্যালয় ক'ত?

উত্তৰ:- নিউয়ৰ্ক।


(১১) লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচিত কৰে?

উত্তৰ:- লোকসভাৰ সদস্য‌ই।


(১২) ভাৰতবৰ্ষৰ কেইখন ৰাজ্যত দ্বিসদন মুক্ত বিধান মণ্ডল আছে?

উত্তৰ:- সাত খন।


(১৩) ৰাজ্যৰ বিধান মণ্ডলৰ ন্যূনতম সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- ৪০ (40)।


Download Assamese GK APP - Click here


(১৪) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰকৰ মুঠ সংখ্যা কিমান?

উত্তৰ:- ৩১ ।


(১৫) ৰাজ্যসভাৰ পদেন সভাপতি জন কোন?

উত্তৰ:- উপ ৰাষ্ট্ৰপতি।


(১৬) ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চল-

উত্তৰ:- ৭ ।


(১৭) কাক ভাৰতবৰ্ষৰ আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা হৈছে?

উত্তৰ:- সংসদক।


(১৮) লোকসভাৰ মুঠ সদস্য কিমান?

উত্তৰ:- ৫৪৫ ।


(১৯) ৰাজ্য সভাৰ সদস্যৰ সংখ্যা কিমান?

উত্তৰ:- ২৪৫ জন।


Assamese GK and QUIZ [PDF Download]

Assamese GK and QUIZ [PDF Download]

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।