Assamese Quiz - Mock Test [সাধাৰণ জ্ঞান (General Knowledge) : Quiz PDF Download]

These 15 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily-based publication system. You are requested to visit this website at least once a day to increase your general knowledge.

Assamese Quiz - Mock Test

Assamese Quiz - Mock Test

প্ৰশ্ন :-   সত্যাগ্রহ শব্দটোৰ অৰ্থ হৈছে?

A. সুবিচাৰ

B. অহিংস আন্দোলন

C. সত্য আৰু অহিংসা

উত্তৰ : C. সত্য আৰু অহিংসা

প্ৰশ্ন :-   ‘দিল্লী চলো’ শ্লোগানটো কাৰ?

A. বাল গংগাধৰ তিলক

B. সুভাষ চন্দ্ৰ বসু

C. লালবাহাদুৰ শাস্ত্ৰী

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. সুভাষ চন্দ্ৰ বসু

প্ৰশ্ন :-   তলৰ কোনবিধৰ বাবে তাজমহলৰ প্রতি ভাবুকি আহি পৰিছে ?

A. ছালফাৰ ডাই অক্সাইড

B. ক্ল'ৰফ্লু'ৰ কাৰ্বন

C. কাৰ্বন মনক্সাইড

উত্তৰ : A. ছালফাৰ ডাই অক্সাইড

প্ৰশ্ন :-   ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন ?

A. গোবিন্দ ৰানাডে

B. দয়ানন্দ সৰস্বতী

C. ৰাজা ৰামমোহন ৰয়।

D. ওপৰৰ এটাও নহয়

উত্তৰ : C. ৰাজা ৰামমোহন ৰয়।


Download Assamese GK APP - Click here


প্ৰশ্ন :-   ভাৰতৰ প্ৰথম ভাইচৰয়………..

A. লৰ্ড ৱেলিংটন

B. বেণ্টিংক

C. লৰ্ড কেনিং

D. ওপৰৰ এটাও নহয়

উত্তৰ : C. লৰ্ড কেনিং

প্ৰশ্ন :-   "আগষ্ট বিপ্লৱ" কাক বুলি কোৱা হয়?

A. অসহযোগ আন্দোলন

B. ভাৰত ত্যাগ আন্দোলন

C. আইন অমান্য আন্দোলন

উত্তৰ : B. ভাৰত ত্যাগ আন্দোলন

প্ৰশ্ন :-   গেটৱে অৱ ইণ্ডিয়া-

A. জন্মু আৰু কাশ্মীৰ

B. চেন্নাই

C. দিল্লী

D. মুম্বাই

উত্তৰ : D. মুম্বাই

প্ৰশ্ন :-   ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

A. চন্দ্ৰযান-1

B. আৰ্যভট্ট

C. চন্দ্ৰযান-2

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. আৰ্যভট্ট

প্ৰশ্ন :-   পৰাধীন ভাৰতৰ অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

A. গোপীনাথ বৰদলৈ

B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা

C. তৰুণৰাম ফুকন

উত্তৰ : B. ছাৰ চৈয়দ মহম্মদ ছাদুল্লা

প্ৰশ্ন :-   পাটলিপুত্ৰ কোন ঠাইৰ পুৰণি নাম-

A. পাটনা

B. পুনে

C. পুডুচেৰী

D. ওপৰৰ এটাও নহয়

উত্তৰ : A. পাটনা

প্ৰশ্ন :-   "ক্ৰিকেট মাই ষ্টাইল" নামৰ গ্ৰন্থখন কোনজন ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?

A. সৌৰভ গাংগুলী

B. বিৰাট কহলী

C. কপিল দেৱ।

D. ৰিকি পণ্টিং

উত্তৰ : C. কপিল দেৱ।

প্ৰশ্ন :-   ‘আইন –ই –আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?

A. আকব

B. আবুল ফজল

C. জাহাংগীৰ

D. ওপৰৰ এটাও নহয়

উত্তৰ : B. আবুল ফজল

প্ৰশ্ন :-   পাণিপথৰ প্ৰথম যুদ্ধ……………………..

A. 1526 চনত

B. 1528 চনত

C. 1524 চনত

D. ওপৰৰ এটাও নহয়

উত্তৰ : A. 1526 চনত

প্ৰশ্ন :-   ভাৰতত কিমানখন উচ্চ ন্যায়লয় আছে?

A. 21

B. 25

C. 23

D. 20

উত্তৰ : B. 25

প্ৰশ্ন :-  ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-

A. 9.15 km

B. 9.14 km

C. 7.5 km

D. 10 km

উত্তৰ : A. 9.15 km


* Disclaimer: সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাক লেখকক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।


Join Our Telegram channel Join Now

সাধাৰণ জ্ঞান (General Knowledge): Quiz PDF Download

 - Download NOW

ভাৰত বুৰঞ্জী - History of India - PDF Free Download

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।