সাধাৰণ জ্ঞান (General Knowledge) : GK and QUIZ in Assamese language

Assamese GK and QUIZ


১) স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল?

উ: তৰুণৰাম ফুকন ।


২) আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উ: ১২২৮ খ্ৰীষ্টাব্দত ।

৩) আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
উ: স্বৰ্গদেউ চাওলুং চুকাফা ।

৪) অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল?
উ: যোৰহাট ।

৫) স্বাধীনতা আন্দোলনৰ সময়ত কোনে "মৃত্যু বাহিনী" গঠন কৰিছিল?
উ: পুষ্পলতা দাস ।

৬)কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?
উ: প্ৰমত্ত সিংহ ।

৭)"অসমীয়া সাহিত্যৰ বুৰঞ্জী" ৰ লেখক কোন?
উ: দেৱেন্দ্ৰনাথ বেজবৰুৱা ।

৮)কাৰ নেতৃত্বত অসমত প্ৰথম ১৮২৮ চনত বৃটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল?
উ: গোমধৰ কোঁৱৰ ।

৯)"India against Itself"গ্ৰন্থখনৰ লেখক কোন?
উ: ড'সঞ্জীৱ বৰুৱা ।


Download Assamese GK APP - Click here


১০)কোন খন জিলাক অসমৰ পৰা পৃথক কৰি ১৯৪৭ চনত পূব পাকিস্তান( বৰ্তমান বাংলাদেশ)ৰ লগত চামিল কৰা হৈছিল?
উ: ছিলেট ।

১১) কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল?
উ: ভাৰত ত্যাগ আন্দোলন ।

১২) পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত?
উ: ভাৰত আৰু ম্যানমাৰ ।

১৩) অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়?
উ: পঞ্চতীৰ্থ হাজো ।

১৪) আহোম সকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল?
উ: চৰাইদেউ ।

১৫) আহোম সকলৰ শেষ ৰাজধানী ক'ত অৱস্থিত?
উ: যোৰহাট ।

১৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান?
উ: ৪৩০ বৰ্গকিলোমিটাৰ ।

১৭) অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে?
উ: কাৰ্বি আংলং ।

১৮) পানী দিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?
উ: শিৱসাগৰ ।

১৯)ড'ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?
উ: ১৯৯২ চনত ।


Download Assamese GK APP - Click here


২০)মে-ডাম-মে-ফী কেতিয়া পালন কৰা হয়?
উ: ৩১ জানুৱাৰী ।

২১) অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়?
উ: ১ অক্টোবৰ ।

২২)বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল?
উ: ১৯৫২ চনত ।

২৩) অসমীয়া বোলছবি"শুকুন্তলা" কোনে পৰিচালনা কৰিছিল?
উ: ডভূপেন হাজৰিকা ।

২৪) জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি কি?
উ: ইন্দ্ৰমালতী ।

২৫)"ইন্দ্ৰমালতী" কিমান চনত মুক্তি লাভ কৰিছিল?
উ: ১৯৩৯ চনত ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।