সাধাৰণ জ্ঞান : General Knowledge [QUIZ in Assamese]

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

সাধাৰণ জ্ঞান : General Knowledge [QUIZ in Assamese]

সাধাৰণ জ্ঞান : General Knowledge [QUIZ in Assamese]


১. কুইক ছিলভাৰ কোন ধাতুৰ নাম?

উত্তৰ:- পাৰা।


২. পৃথিৱীৰ মাধ্যাকৰ্ষণিক ত্বৰণ কিমান?

উত্তৰ:- ৯. ৮১ ছেঃ মিঃ।


৩. সূৰ্যৰ অতিশয় উত্তপ্ত কেন্দ্ৰভাগক কি বোলে?

উত্তৰ:- আলোকমণ্ডল।


৪. আলোকবৰ্ষ কিহৰ একক?

উত্তৰ:- মহাজাগতিক দূৰত্ব।


৫. গাখীৰ দৈ হোৱাত সহায় কৰা এচিডটোৰ নাম কি?

উত্তৰ:- লেকটিক এচিড।


Download Assamese GK APP - Click here


৬. আটাইতকৈ পাতল গেছ কি?

উত্তৰ:- হাইড্ৰ'জেন।


৭. মানুহৰ পিটুইটাৰি গ্লেন ক'ত থাকে?

উত্তৰ:- মগজুত।


৮. মানুহৰ শৰীৰত থকা ডাঙৰ গ্ৰন্হিটো নাম কি?

উত্তৰ:- লিভাৰ।


৯. মানুহৰ দেহৰ দীৰ্ঘতম হাড় ডাল কি?

উত্তৰ:- উৰুৰ হাড় বা উৰ্বস্হি।


১০. তেজত থকা ধাতুটো নাম কি?

উত্তৰ:- লো।


১১. মানুহৰ বেৰিবেৰি ৰোগ কি ভিটামিনৰ অভাৱত দেখা যায়?

উত্তৰ:- ভিটামিন 'B'।


১২. মানুহৰ শৰীৰত থকা বৃক্ক কাম কি?

উত্তৰ:- তেজ শোধন কৰা।


১৩. পেনিচেলিন কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰ:- আলেকজেণ্ডাৰ ফ্লেমিং।


১৪. সাধাৰণতে মানুহৰ ব্লাড পেছাৰ কিমান থাকিব লাগে?

উত্তৰ:- ১২০/৮০।


১৫. ভিটামিন 'A' আটাইতকৈ ক'ত বেছি পোৱা যায়?

উত্তৰ:- গাজৰত।


১৬. কি গেছত পানী বিশুদ্ধ কৰা হয়?

উত্তৰ:- ক্লৰিণ গেছ।


১৭. উষ্ণতাৰ SI একক কি?

উত্তৰ:- কেল'ভিন।


Download Assamese GK APP - Click here


১৮. কোনবিধ উদ্ভিদৰ পৰা মেলেৰিয়া জ্বৰৰ ঔষধ আহৰণ কৰা হয়?

উত্তৰ:- সিনকোনা।


১৯. উদ্ভিদৰ বাবে আটাইতকৈ লাগতিয়াল মৌলটো নাম কি?

উত্তৰ:- নাইট্ৰ'জেন।


২০. শুকান বৰফ কি?

উত্তৰ:- গোটা কাৰ্বন-ডাই-অক্সাইড।


২১. কেতেৰেক ৰোগ মানুহৰ কোন অংগত হয়?

উত্তৰ:- চকুত।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।