সাধাৰণ জ্ঞান (General Knowledge) : Quiz PDF Download

These 25 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily-based publication system. You are requested to visit this website at least once a day to increase your general knowledge.

সাধাৰণ জ্ঞান (General Knowledge Quiz)

সাধাৰণ জ্ঞান (General Knowledge)


(১) অৰুণোদয় বাতৰিকাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ:- ড° নাথান ব্ৰাউন।


(২) প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি?

উত্তৰ:- ল'ৰাবন্ধু।


(৩) ল'ৰাবন্ধু আলোচনীখন কিমান চনত প্ৰকাশ পায়?

উত্তৰ:- ১৮৮৮ চনত।


(৪) জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।


(৫) অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়?

উত্তৰ:- শংকৰদেৱক।


(৬) একশৰণীয়া নামধৰ্ম কোনে প্ৰচাৰ কৰিছিল?

উত্তৰ:- শংকৰদেৱে।


(৬) প্ৰথম অসমীয়া মঞ্চস্থ নাটখনৰ নাম কি?

উত্তৰ:- চিহ্নযাত্ৰা।


(৭) কিমান চনত কৃষ্ণকান্ত সন্দিকৈক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ:- ১৯৫৫ চনত।


(৮) কথা কবিতাৰ ৰচক কোন?

উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা।


(৯) অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰ:- শিৱসাগৰত।


(১০) বিহগী কবি কোন?

উত্তৰ:- ৰঘুনাথ চৌধাৰী।


(১১) বড়ো সাহিত্য সভা কোন চনত গঠন হৈছিল?

উত্তৰ:- ১৯৫৫ চনত।


(১২) অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল?

উত্তৰ:- ড° ভূপেন হাজৰিকা।


(১৩) ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন?

উত্তৰ:- পিয়লি ফুকন।


(১৪) চামেলি মেমচাব কথাছবিৰ পৰিচালক কোন আছিল?

উত্তৰ:- ভূপেন হাজৰিকা।


(১৫) প্ৰথম অসমীয়া কথাছবিৰ নায়িকা কোন আছিল?

উত্তৰ:- আইদেউ সন্দিকৈ।


(১৬) ১৯৭০ চনত শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰা ছবিখনৰ নাম কি?

উত্তৰ:- চামেলি মেমচাব।


(১৭) ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰ:- এৰাবাটৰ সুৰ।


(১৮) ভাৰতৰ কোন ৰাজ্যত হীৰা পোৱা যায়?

উত্তৰ:- মধ্য প্ৰদেশৰ পান্নাত।


(১৯) ভাৰতৰ কোন ৰাজ্যত সোণৰ খনি আছে?

উত্তৰ:- কৰ্ণাটক ৰাজ্যত।


(২০) কুতুব মিনাৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- কুতুবুদ্দিনে।


(২১) বৌদ্ধ চৰিত কোনে ৰচনা কৰিছিল?

উত্তৰ:- অশ্বঘোষে।


(২৩) প্ৰথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছিল?

উত্তৰ:- ৰাজ গৃহত।


(২৪) বৌদ্ধৰ জন্ম ক'ত হৈছিল?

উত্তৰ:- লুম্বিনীত।


(২৫) ত্ৰিপিটক কোন ভাষাত লিখিছিল?

উত্তৰ:- পালি ভাষাত।

PDF DOWNLOAD GK and QUIZ in Assamese language



Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।