অসমীয়া সাধাৰণ জ্ঞান কুইজ [GK and QUIZ in Assamese language]

অসমীয়া সাধাৰণ জ্ঞান কুইজ [GK and QUIZ in Assamese language]

GK and QUIZ in Assamese language



১) পাল বংশৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ:- ব্ৰহ্মপাল।


২) বিহগী কবি কাক আখ্যা দিয়া হয়?

উত্তৰ:- ৰঘুনাথ চৌধাৰীক।


৩) প্ৰাচীন অসমৰ বিষয়ে কোন লিপিত তথ্য পোৱা যায়?

উত্তৰ:- এলাহাবাদ স্তম্ভত।


৪) কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:- বিশ্বসিংহ।


৫) হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰ:- ৰঘুদেৱ নাৰায়ণে।


৬) বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ:- মাধৱদেৱ।


৭) কেতিয়া কনকলতা শ্বহীদ হৈছিল?

উত্তৰ:- ভাৰত ত্যাগ আন্দোলনত।


৮) ১০ ডিচেম্বৰৰ আগত কি দিৱস পালন কৰে?

উত্তৰ:- এইডছ দিৱস।


৯) কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল?

উত্তৰ:- হৰ্ষবৰ্দ্ধন।


১০) শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল?

উত্তৰ:- চক্ৰধ্বজ সিংহ।


১১) নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰ:- মাধৱদেৱ।


১২) অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি?

উত্তৰ:- ওৰাং ৰাষ্ট্ৰীয় উদ্যান।


১৩) ভাৰতৰ প্ৰথম বাতৰি-কাকত খনৰ নাম কি?

উত্তৰ:- বেঙ্গল গেজেট।


১৪) নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত?

উত্তৰ:- মুম্বাইত।


১৫) History of the Assam Rifles গ্ৰন্থখনৰ লেখক কোন?

উত্তৰ:- এল ডব্লিউ শ্বেইকছপীয়েৰে।


১৬) মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল?

উত্তৰ:- ১৯৪২ চনত।


১৭) তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয়?

উত্তৰ:- জাপান।


১৮) NEP ৰ‌ Full Form কি?

উত্তৰ:- National Education policy.


১৯) অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত?

উত্তৰ:- যোৰহাট।


২০) কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল?

উত্তৰ:- ৰাজা ৰামমোহন ৰায়।


২১) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল?

উত্তৰ:- অসম সাহিত্য সভাই।


২২) ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত?

উত্তৰ:- লোহিত নদীৰ ওপৰত।


২৩) পানীদিহিং কোনখন জিলাত অৱস্থিত?

উত্তৰ:- শিৱসাগৰ জিলা।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।