LPG ছিলিণ্ডাৰ তলত এনেদৰে সৰু সৰু ফুটা কিয় দিয়া থাকে? Facts about LPG Cylinder

আপোনালোকে নিশ্চয় LPG ছিলিণ্ডাৰ তলত এনেদৰে সৰু  সৰু ফুটা দেখিবলৈ পায়। কিন্তু কেতিয়াবা ভাবি চাইনে এনে ফুট সমূহ কিয় দিয়া থাকে?


Download Assamese GK APP - Click here

দৰাচলতে এই ফুটা সমূহ এইবাবেই দিয়া হয় যে, যেতিয়া আমি ছিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ সেই সময়ত ছিলিণ্ডাৰটোত তাপৰ উষ্ণতা বৃদ্ধি পায় ; হয়তো আপোনালোকে ছিলিণ্ডাৰটো ব্যৱহিত হৈ থকা সময় তলৰ ফালে চুই নাচায় বাবে এই কথা অনুভৱ কৰিব নোৱাৰে । যদি ইয়াৰ উষ্ণতা অধিক বৃদ্ধি হয় তেতিয়া কি হ'ব পাৰে আমি নিশ্চয় সকলোৱে জানো (বিস্ফোৰণ)। গতিকে ছিলিণ্ডাৰটো তলৰ ফালে এইবাবেই ফুটা দিয়া হয় যাতে সেই ফুটা সমূহৰ মাজে গৰম তাপ বাহি হৈ যায় আৰু ছিলিণ্ডাৰটো ফুটা সমূহৰ দ্বাৰা বায়ু প্ৰবেশ কৰি ঠাণ্ডা কৰি ৰাখে ; ইয়াৰ বাবেই ছিলিণ্ডাৰ তলত ফুটা সমূহ দিয়া হয়।


✍️মাইনা গগৈ

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।