[PDF Download] সাধাৰণ জ্ঞান (General Knowledge) : Quiz in Assamese language

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

These 25 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily-based publication system. You are requested to visit this website at least once a day to increase your general knowledge.

সাধাৰণ জ্ঞান (General Knowledge) Quiz

সাধাৰণ জ্ঞান (General Knowledge)

(১) অসম পুলিচে ব্যৱহাৰ কৰা ৰায়ত কণ্ট্ৰ'লৰ গাড়ীখনৰ নাম কি?

উত্তৰ:- বজ্ৰ।


(২) অসম পুলিচৰ কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত?

উত্তৰ:- মান্দাকাটা।


(৩) অসমত কিমানটা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে?

উত্তৰ:- চাৰিটা।


(৪) আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ ক'ত অৱস্থিত?

উত্তৰ:- দেৰগাঁও।


(৫) সশস্ত্ৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৯৭৪ চনত


(৬) নৰ্থ ইষ্ট পুলিচ একাডেমী ক'ত অৱস্থিত?

উত্তৰ:- শ্বিলং।


Download Assamese GK APP - Click here


(৭) অসম পুলিচৰ কিমানটা টাস্ক ফ'ৰ্চ বেটেলিয়ন আছে?

উত্তৰ:- চাৰিটা।


(৮) আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধ সামৰিক বাহিনীটোৰ নাম কি?

উত্তৰ:- অসম ৰাইফলছ।


(৯) ভাৰতৰ অৰ্ধ সামৰিক বাহিনীসমূহ কাৰ অধীনত থাকে?

উত্তৰ:- গৃহ মন্ত্ৰালয়ৰ।


(১০) ভাৰতৰ কোনটো অৰ্ধ সামৰিক বাহিনীৰ নিজা বায়ু বিভাগ আছে?

উত্তৰ:- বি এছ এফৰ।


(১১) কোনটো বিভাগে ভাৰত-ভূটান আৰু ভাৰত-নেপাল সীমান্তত পহৰা দিয়ে।

উত্তৰ:- এছ এছ বি।


(১২) ভাৰতৰ বিমান বন্দৰসমূহ সুৰক্ষা দিয়া বাহিনীটো কি?

উত্তৰ:- চি আই এছ এফ।


(১৩) পৰমবীৰ চক্ৰ সন্মান লাভ কৰা প্ৰথম ভাৰতীয় সৈনিক কোন?

উত্তৰ:- মেজৰ সোমনাথ শৰ্মা।


(১৪) বৰ্তমানলৈকে কিমানজন সৈনিকে পৰমবীৰ চক্ৰ সন্মান পাবলৈ সক্ষম হৈছে?

উত্তৰ:- ২১ জন।


(১৫) ভাৰতীয় সেনা দিৱস কোন তাৰিখে পালন কৰা হয়?

উত্তৰ:- ১৫ জানুৱাৰীত।


(১৬) ভাৰতীয় সেনাৰ প্ৰধান যুদ্ধ টেংকটোৰ নাম কি?

উত্তৰ:- অৰ্জুন।


(১৭) DRDO ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰ:- Defence Research and Development Organization.


(১৮) ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন?

উত্তৰ:- নিৰ্মলা সীতাৰমন।


Download Assamese GK APP - Click here


(১৯) বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন?

উত্তৰ:- 


(২০) গুৱাহাটী উচ্চ ন্যায়ালয় কিমানখন ৰাজ্যৰ উচ্চ ন্যায়ালয়?

উত্তৰ:- চাৰি।


(২১) গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৫০ চনৰ ৫ এপ্ৰিলত।


(২২) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল?

উত্তৰ:- চাৰ আৰ এফ লজ।


(২৩) গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুঠ বিচাৰপতিৰ সংখ্যা কিমান?

উত্তৰ:- ২৪ জন।


(২৪) অসমত মুঠ কিমানখন জিলা ন্যায়ালয় আছে?

উত্তৰ:- ২১ খন।


(২৫) অসম জুডিচিয়েল একাডেমী ক'ত অৱস্থিত?

উত্তৰ:- গুৱাহাটী।


(General Knowledge) Quiz [PDF DOWNLOAD]

(General Knowledge) Quiz PDF Download


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।