ইংৰাজী ভাষাৰ মজাৰ কথা: 30+ Interesting Facts About English Language

Interesting facts about English language


30+ Interesting Facts About the English Language [in Assamese]


১) ইংৰাজী ভাষাৰ আটাইতকৈ দীঘলীয়া শব্দ হৈছে Floccinaucinihipilification.


২) উক্ত শব্দটোত 14 বাৰ Vowel ব্যৱহাৰ হৈছে। অৰ্থাৎ আটাইতকৈ বেছি বাৰ Vowel ব্যৱহাৰ হোৱা শব্দ।


৩) সাধাৰণতে পৰীক্ষাত ৮০ নম্বৰ পালে Letter পোৱা বুলি জানো। সেই Letter নম্বৰৰ ৰহস্য হ'ল L=১২, E=৫, T=২০, T=২০, E=৫, R=১৮ যোগফল৷

১২+৫+২০+২০+৫+১৮= ৮০


৪) ইংৰাজীৰ Madam আৰু Reviver শব্দ ওলোটাই লিখিলেও বানান একেই থাকে।


৫) “A quick brown fox jumps over the lazy dog” — এই বাক্যটোত ইংৰাজীৰ আটাইকেইটা বৰ্ণ আছে।


৬) ইংৰাজীৰ আটাইতকৈ সৰু বাক্য হ'ল— “I am.”


৭) Abstemious আৰু Facetious শব্দ দুটাত আটাইকেইটা Vowel ক্ৰমানুসাৰে আছে। 


৮) Q-ৰে আৰম্ভ হোৱা সকলো শব্দত Q ৰ পিছত সদায় U থাকে।


৯) Queueing একমাত্র শব্দ, য’ত একেলগে ৫ টা Vowel আছে।


১০) Queue এনে এটা শব্দ, যাৰ শেষৰ ৪ টা বৰ্ণ কাটি দিলেও উচ্চাৰণ একেই হৈ থাকে।


১১) এটাও বৰ্ণৰ পুনৰাবৃত্তি নোহোৱাকৈ আটাইতকৈ দীঘলীয়া শব্দ— Uncopyrightable.


১২) Rhythm হ'ল আটাইতকৈ দীঘলীয়া শব্দ, য'ত এটাও Vowel ব্যৱহাৰ হোৱা নাই।


১৩) Vowel থকা আটাইতকৈ সৰু শব্দ হ'ল A (এটা) আৰু I (মই)৷


১৪) Vowel নথকা আটাইতকৈ সৰু শব্দ— By.


১৫) গুপ্তহত্যাৰ ইংৰাজী প্ৰতিশব্দ Assassination ৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল— গাধ-গাধ-মই-জাতি।


১৬) Lieutenant শব্দটোৰ বানান মনত ৰখাৰ ভাল উপায় হ'ল— মিছা-তুমি-দহ-পৰুৱা।


১৭) Uncomplimentary শব্দটোত আটাইকেইটা Vowel আছে। মজাৰ কথা হ'ল যে ওলোটা ক্ৰমানুসাৰে (u-o-i-e-a) আছে।


১৮) Exclusionary এনে এটা পাঁচটা Vowel সমৃদ্ধ দীঘলীয়া শব্দ, য'ত এটাও বৰ্ণৰ পুনৰাবৃত্তি নহয়।


১৯) Study, Hijak, Nope, Deft — এই চাৰিটা শব্দৰ প্ৰথম তিনিটা বৰ্ণই ক্ৰমানুসাৰে আছে। 


২০) Executive আৰু Future এনে দুটা শব্দ, য'ত প্ৰত্যেক বৰ্ণৰ পিছত একোটাকৈ Vowel আছে।


২১) A1 একমাত্ৰ ইংৰাজী শব্দ, য'ত সংখ্যাৰ ব্যৱহাৰ হয়।


২২) I -ৰ পিছত am হয়। কিন্তু  “I is the ninth letter of Alphabet.”


২৩) Stewardesses ইংৰাজীৰ একমাত্ৰ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে মাথোঁ বাঁও হাতখন ব্যৱহাৰ হয়।


২৪) Dreamt একমাত্ৰ ইংৰাজী শব্দ, যাৰ শেষত MT আছে।


২৫) ইংৰাজীত তিনিটাই শব্দ আছে, যাৰ শেষত Ceed হয়— Proceed, Exceed, Succeed.


২৬) Lollipop আটাইতকৈ দীঘলীয়া শব্দ, যিটো কীব'ৰ্ডত টাইপ কৰোঁতে অকল সোঁ হাতখন ব্যৱহাৰ কৰা হয়।


২৭) Almost একমাত্র দীঘলীয়া শব্দ, যাৰ বৰ্ণকেইটা ক্ৰমানুসাৰে আছে।


২৮) ইংৰাজীত মাথোঁ চাৰিটা শব্দই আছে, যাৰ শেষত Dous ব্যৱহাৰ হয় — Tremendous, Horrendous, Stupendous, Hazardous.


২৯) Screeched হ'ল এটা Syllable থকা আটাইতকৈ দীঘলীয়া শব্দ।


৩০) Underground এনে এটা শব্দ, যাৰ আৰম্ভণি আৰু সমাপ্তিত und থাকে। 


৩১) আপুনি জানেনে যে Set শব্দটোৰ আটাইতকৈ বেছি সংখ্যক অৰ্থ আছে।


৩২) Therein এনে এটা শব্দ, যাক নসজোৱাকৈ‍ দহটা নতুন শব্দ পাব পাৰি— The, Her, Ere, Rein, in, There, He, Here, Herein, Therein.


৩৩) Typewriter একমাত্ৰ দীঘলীয়া শব্দ, যাক কীব'ৰ্ডত টাইপ কৰোঁতে অকল কীব'ৰ্ডৰ ওপৰৰ শাৰীৰ key-সমূহ ব্যৱহাৰ হয়।


৩৪) Indivisibility একমাত্ৰ দীঘলীয়া শব্দ, য'ত এটাই মাত্ৰ vowel ৬ বাৰ ব্যৱহাৰ হৈছে।


৩৫) Bookkeeper এনে এটা শব্দ, য'ত তিনিজোৰ শব্দ একেলগে ব্যৱহাৰ হৈছে— oo, kk আৰু ee৷


৩৬) Understudy এনে এটা শব্দ, য'ত চাৰিটা ক্ৰমিক বৰ্ণ R S T U একেলগে আছে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।