আপুনি বাৰু জানেনে টেবলেটৰ মাজত আঁচ চিহ্ন এডাল কিয় দিয়া থাকে ?


আপুনি বাৰু জানেনে টেবলেটৰ (tablet) মাজত দুভাগ কৰা অৰ্থাৎ তলৰ ছবিত দিয়া আঁচ চিহ্ন এডাল কিয় দিয়া থাকে আৰু এই আঁচ চিহ্ন ডালৰ নাম কি বুলি কোৱা হয়? অৱশ্যে সকলো টেবলেটত এই চিহ্ন নাথাকে । যিবোৰত থাকে এই চিহ্ন ডালক "Scoring line" নাইবা "Debossed line"  বুলি কোৱা হয়।


Download Assamese GK APP - Click here


এই চিহ্ন ডালে বুজোৱা কাৰণ হৈছে, টেবলেটো পাৱাৰ বেছি থাকে, যদি টেবলেটো 100mg হয় আৰু আপুনি খাব লাগে 50mg তেন্তে টেবলেটো আধা অংশটো ভাঙি খাব পাৰে। যিবোৰ টেবলেটত এনে Scoring line  নাথাকে তেনেবোৰ টেবলেট ভাঙি খাব নালাগে ।


শেষত এইটো কওঁ যে আজি এই তথ্যটো জানি এনে চিহ্ন থকা টেবলেট ভাঙি খাবলৈ নলব যেতিয়া লৈকে ডক্তৰে পৰামৰ্শ নিদিয়ে। 

ইয়াত কেৱল আপোনালোকক জ্ঞাতাৰ্থেহে তথ্য সমূহ জনাইছোঁ খাবলৈ অনুৰোধ কৰা নাই ।

                              ✍️....মাইনা গগৈ

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।