বুৰ্জ খলিফাৰ বিষয়ে কিছুমান নজনা তথ্য || Amazing Facts about Burj Khalifa in Assamese Language

পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং সমূহৰ ভিতৰত প্ৰথম স্থান আছে ডুবাই বুৰ্জ খলিফা (Dubai burj khalifa) বুৰ্জ খলিফাৰ বিষয়ে প্ৰায় সংখ্যকে নিশ্চয় জানে যদিও ইয়াৰ মাজতে কিছুমান নজনা তথ্য লুকাই আছে তেনেবোৰে কেইটামান গুৰুত্বপূৰ্ণ তথ্য আজি আমি জানো আহক :-

Amazing Facts about Burj Khalifa in Assamese Language

Amazing Facts about Burj Khalifa in Assamese Language


  1. বুৰ্জ খলিফাৰ প্ৰথম নাম আছিল "বুৰ্জ ডুবাই" পাছত ইয়াক ডুবাই ৰাষ্ট্ৰপতি "Khalifa bin Zayed Al Nahyan" সম্মান অৰ্থে বুৰ্জ খলিফা নাম ৰখা হয়।
  2. বুৰ্জ খলিফাৰ মালিক "Emaar Properties" ২০০৩ বিল্ডিং প্ৰস্তাৱ ৰাখিছিল (Emaar Properties is a real estate development company) ৬ জানুৱাৰী ২০০৪ পৰা কাম আৰম্ভ কৰিছিল আৰু ৪ জানুৱাৰী ২০১০ চনত সম্পূৰ্ণ হয়।
  3. বুৰ্জ খলিফাৰ উচ্চতা 828 m (2,717 ft) আইফেল টাৱাৰত কৈ ই তিনিগুণ ওখ।
  4. বুৰ্জ খলিফাৰ ১৬৩ floor আছে ৫৭ টা লিফ্ট (Lifts/elevators) ৮ টা escalators আছে , ৩০৪ খন হোটেল , ৯০০ apartments আছে আৰু ২৯৫৭ parking space আছে।
  5. বুৰ্জ খলিফা বনাবলৈ ১২,০০০ শ্ৰমিকে দিনে ৰাতিয়ে কাম কৰিছিল ।
  6. বুৰ্জ খলিফাত একে সময়তে ৩৫,০০০ লোক থকা ব্যৱস্থা আছে, বুৰ্জ খলিফা ৯৫ কিলোমিটাৰ দূৰ পৰা দেখা পোৱা যায় । ইয়াৰ একেবাৰে ওপৰ পৰা ইৰাণ স্পষ্টকৈ দেখা পোৱা যায়।
  7. বুৰ্জ খলিফাত প্ৰতিদিনে 946,000 লিটাৰ পানীৰ প্ৰয়োজন হয় আৰু এই পানী ১০০ কিলোমিটাৰ দূৰত্ব পৰা পাইপ দ্বাৰা যোগান ধৰা হয়।
  8. বুৰ্জ খলিফাত ৭৬ মহলাত চুইমিংপুল আছে, ১২২ মহলাত ৰেষ্টুৰেন্ট থকা পৃথিৱীৰ একমাত্ৰ বিল্ডিং।
  9. বুৰ্জ খলিফাত ৩৬ টাকৈ অফিচ আছে । ইয়াৰ উপৰিও ইয়াত হেলিকপ্টাৰ অৱতৰণ কৰাও স্থান আছে।
  10. বুৰ্জ খলিফা বনোৱাত Total US$1.5 billion খৰচ হৈছিল।
  11. বুৰ্জ খলিফা কেৱল ডুবাইযতে নহয় সমগ্ৰ পৃথিৱীৰে এক অন্যতম প্ৰধান ওখ বিল্ডিং।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।