পৃথিৱীৰ এনেকুৱা এখন ঠাই য'ত সূৰ্য উদয় নহয়! Amazing information

Facts in Assamese Language

আমাৰ পৃথিৱীয়ে নিজ কক্ষ পথত এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয় আৰু তাৰ ফলস্বৰূপে ইয়াত দিন আৰু ৰাতি হয়।

সূৰ্য উদয় হয় দিনৰ আৰম্ভ হয় আৰু সূৰ্য অস্ত গৈ ৰাতিৰ আৰম্ভ হয়। ই এক প্ৰাকৃতিক পৰিঘটনা। যাক আমি সদায় পৰিলক্ষিত কৰি আছো।

কিন্তু পৃথিৱীত এনে কিছুমান ঠাই আছে যত 24 ঘণ্টাই দিন হয় থাকে আৰু কিছুমান ঠাইত 24 ঘণ্টাই ৰাতি হয় থাকে।

ই এক অতি ৰহস্যজনক ঠাই যাক চাবলৈ পৃথিৱীৰ সকলো ঠাইৰ পৰ্যটক আহে। আৰু এই দৃশ্য প্ৰদৰ্শন কৰে।

ইয়াৰ কাৰণ এই ঠাইৰ সমূহ Arctic Circle ৰ ভিতৰত অৱস্থিত। Arctic Circle ৰ ভিতৰত অৱস্থিত এনে কিছুমান ঠাই আছে যত বছৰৰ বহু সপ্তাহ 24 ঘণ্টাই সূৰ্য দেখা নাযায় নতুবা কিছু সময়ৰ বাবেহে সূৰ্য দেখা যায় আৰু তাৰ বিপৰীতে এনে কিছুমান ঠাই আছে যত মাহজুৰি ৰাতি নহয় মাথোঁ কিছু সময়ৰ বাবে ৰাতি হয়।

এই স্থিতিক Polar day আৰু Polar Night বুলি কোৱা হয়।

Amazing information and facts in Assamese


এনে কিছুমান ঠাই হৈছে-

1) Norway: ই ইউৰোপ মহাদ্বীপ ৰ অন্তৰ্গত এখন দেশ। এই ঠিক মধ্য ৰাত্রী ৰ দেশ বুলি জনা যায়। ইয়াত May ৰ পৰা July ৰ ভাগত 75 দিনত মাত্ৰ 4 ঘণ্টাৰ বাবেহে সূৰ্য দেখা যায়। মধ্য ৰাত্রীৰ কিছু সময়ৰ বাবেহে সূৰ্য দেখা যায়।

এই ৰহস্যময়ী মনোমোহা দৃশ্য চাবলৈ পৃথিৱীৰ বহু পৰ্যটক ইয়ালৈ আহে।


Download Assamese GK APP - Click here


2) Iceland: ইউৰোপৰ Iceland ত may ৰ পৰা july সময় চোৱাত সূৰ্যাস্ত নহয় মাথোঁ Arctic summer ত সূৰ্য মাজনিশা ডুব যায় আৰু 3 মান বজাত পুনৰ সূৰ্য উদয় হয়।।

মাথোঁ দুই তিনি ঘণ্টা সময়ৰ বাবে সূৰ্য ডুব যায় ৰাতি হয়।


3) Canada: এনেকুৱা এখন দেশ যত ১২ মাহ জুৰি বৰফৰ দ্বাৰা আবৃত হয় থাকে,আৰু ইয়াৰ উত্তৰ-পশ্চিম অঞ্চলত গৰমৰ দিনত ইয়াত 50 দিনলৈ সূৰ্য উদয় নহয়।


4) Sweden: ইউৰোপ মহাদ্বীপ ৰ উত্তৰ Scandinavia ক্ষেত্ৰৰ অন্তৰ্গত এখন দেশ, এই ঠাইত সূৰ্য মাত্ৰ 20 ঘণ্টা জুৰি দেখা যায়, ইয়াৰ অৰ্থ ৰাতি 12 বজাত সূৰ্য ডুব যায় আৰু 4 বজাত পুনৰ উদয় হয়।

Amazing information and facts in Assamese

আৰু এনেকুৱা কেইখন মান ঠাই আছে যেনে- Finland আৰু Alaska.

 Source: podunya.blogspot.com

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।