[Assamese GK] - Assamese Quiz - in Assamese Language

[Assamese GK] - Assamese Quiz - in Assamese Language

[Assamese GK] - Assamese Quiz - in Assamese Language


1/ নিজৰাৰ কবি বুলি কাক কোৱা হয় ?

উত্তৰ:- শৈলধৰ ৰাজখোৱা।


2/ নটসূৰ্য উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?

উত্তৰ:- ফণী শৰ্মা।


3/ গীতিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?

উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা।


4/ বিহগী কবি কাক কোৱা হয় ?

উত্তৰ:- ৰঘুনাথ চৌধাৰী।


5/ বিদ্ৰোহী কবি ৰূপে কোনজন ব্যক্তি খ্যাত ?

উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।


6/ লুইত কোঁৱৰ কাক বোলা হয় ?

উত্তৰ:- ৰুদ্ৰ বৰুৱা।


7/ লোকপ্ৰিয় উপাধিৰে কোনজন ব্যক্তিক বিভূষিত কৰা হৈছিল ?

উত্তৰ:- গোপীনাথ বৰদলৈ।


8/ শেৱালি কবি ৰূপে কোনজন ব্যক্তি জনাজাত ?

উত্তৰ:- ৰত্নকান্ত বৰকটকী।


9/ সাহিত্য ৰত্ন কাক বোলা হয় ?

উত্তৰ:- চন্দ্ৰধৰ বৰুৱা।


10/ গণশিল্পী কাক বোলা হয় ?

উত্তৰ:- বিক্ৰম সিং য়েইন।


Download Assamese GK APP - Click here


11/ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক কোৱা হয় ?

উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।


12/ দেশভক্ত কাক বোলা হয় ?

উত্তৰ:- তৰুণৰাম ফুকন।


13/ কলাগুৰু কাক বোলা হয় ?

উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।


14/ সাহিত্যৰথী আৰু ৰসৰাজ উপাধিৰে কোনজন ব্যক্তিক জনা যায় ?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।


15/ কৰ্মবীৰ কাক বোলা হয় ?

উত্তৰ:- নবীন চন্দ্ৰ বৰদলৈ।


16/ প্ৰতিমাৰ খনিকৰ ৰূপে কোনজন ব্যক্তি পৰিচিত ?

উত্তৰ:- চন্দ্ৰ কুমাৰ আগৰৱালা।


17/ বীৰবালা উপাধিৰে কাক সন্মানিত কৰা হৈছিল ?

উত্তৰ:- কনকলতা।


18/  ৰূপকোঁৱৰ উপাধি কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল ?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।


All questions and answers provided are collected from various sources.

Also, we (ASSAMESEGK.INFO) have no legal responsibility for any of the information provided here. Here, all information is provided for educational purposes without any legal use.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।