Copy & Paste Option টো কোনে আৰু কেতিয়া আবিষ্কাৰ কৰিছিল ?

Did you know Who invented copy paste ?

Did you know Who invented copy paste ? Assamese GK

আপুনি মোবাইল নাইবা কম্পিউটাৰত নিশ্চয়  Photo, Text, File, Post আদি  Copy Paste  কৰিছে বা কৰে। কিন্তু আপুনি জানেনে এই Copy & Paste Option টো কোনে আৰু কেতিয়া আবিষ্কাৰ কৰিছিল ? এই সুবিধাটো Lerry Tesler নামৰ ব্যক্তিজনে ১৯৭৩ পৰা ১৯৭৬ চনৰ ভিতৰত আবিষ্কাৰ কৰি উলিয়াইছিল ।

Did you know Who invented copy paste ?

যদি এই Copy Paste সুবিধাটো নথকা হ'লে আজিও আমি হাতেৰে লিখি লিখি ল'ব লগা হ'ল হয় আৰু ফটো ক্ষেত্ৰত বহুত অসুবিধা হ'ল হয়। এই Copy Paste সুবিধাটো থকাৰ বাবে চেকেণ্ডত যিকোনো পষ্ট, ফাইল আদি আমি Copy Paste কৰি ল'ব পাৰোঁ । 


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।