Filmfare Award & National film Award [QUIZ] in Assamese

Filmfare Award (2020-2021) QUIZ in Assamese

Filmfare Award & National film Award QUIZ in Assamese

১/ Filmfare awardক আগতে কি নামেৰে জনা গৈছিল?

- ক্লিয়াৰ এৱাড(clear award)

 ২/ কোন চনত প্ৰথম ফ্লিমফেয়াৰ এৱাড দিয়া হৈছিল?

- ১৯৫৪

৩/ ২০২০ চনৰ ফ্লিমফেয়াৰ এৱাড কত আয়োজন হৈছিল?

- গুৱাহাটী(অসম)

৪/ ২০২০ চনৰ ফ্লিমফেয়াৰ এৱাডত শ্ৰেষ্ঠ ছবি সন্মান লাভ কৰা বোলছবিখনৰ নাম কি?

- গলী বয়

৫/ ২০২০ চনৰ ফ্লিমফেয়াৰ এৱাডত শ্ৰেষ্ঠ অভিনেতা সন্মান কোনে লাভ কৰিছিল

- ৰণবীৰ সিং

৬/ ২০২০ চনৰ ফ্লিমফেয়াৰ এৱাডত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা কোনে লাভ কৰিছিল

- আলীয়া ভাট(ভট)

৭/ ২০২১ চনৰ ফ্লিমফেয়াৰ এৱাডত শ্ৰেষ্ঠ বোলছবি বঁটা কোনখন বোলছবিয়ে লাভ কৰিছিল?

- থপ্পৰ

৮/ ২০২১ চনৰ ফ্লিমফেয়াৰ এৱাডত শ্ৰেষ্ঠ অভিনেটা বঁটা কোনে লাভ কৰিছিল

- ইৰফান খান

৯/ ২০২১ চনৰ ফ্লিমফেয়াৰ এৱাডৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা কোনে লাভ কৰিছিল?

- তাপচ্চী পন্নু


National film Award ( 2021) QUIZ in Assamese

১/ ২০২১ চনৰ ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ কত আয়োজন হৈছিল?

- নতুন দিল্লীত

২/ ২০২১ চনৰ ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰত শ্ৰেষ্ঠ বোলছবি সন্মান লাভ কৰা বোলছবি খনৰ নাম কি?

- চিচোৰে(চিচৌৰে)

৩/ ২০২১ চনৰ ৰাষ্ট্ৰীয় ফিল্ম এৱাডত শ্ৰেষ্ঠ অভিনেতা সন্মান কাক দিয়া হৈছিল?

- ২জনক দিয়া হৈছিল। (১) ধনুষ( ২) মনোজ বাজপেয়ী

৪/২০২১ চনৰ ৰাষ্ট্ৰীয় ফিল্ম এৱাডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ কাক দিয়া হৈছিল?

- কংগনা ৰাণাৱট

     উল্লেখযোগ্য যে  ২০১৯ চনৰ ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ কৰ'নাৰ কাৰনে ২০২১ চনত দিয়া হৈছে।


     শব্দ ভুল হব পাৰে।

ইয়াৰ উপৰি ওপৰত দিয়া এই তথ্যবোৰ যদি কৰবাত ভুল হৈছে তেতিয়াহলে কমেন্টত জনাব বুলি আশা ৰাখিলো

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।