Founders of Big Companies || Traditional GK in Assamese Language

Companies with founder names in Assamese language

Companies with founder names in Assamese language

১. ৱালমাৰ্ট (Walmart) ৰ প্ৰতিষ্ঠাপক: ছেম ৱাল্টন (১৯৬২)।

২. পেটিএম (Paytm) ৰ প্ৰতিষ্ঠাপক: বিজয় শেখৰ শৰ্মা (২০১০)।

৩. গুগল (Google) ৰ প্ৰতিষ্ঠাপক: লেৰী পেজ, চাৰ্ফ ব্ৰিন (১৯৯৮)।

৪. মাইক্ৰছফ্ট (Microsoft) ৰ প্ৰতিষ্ঠাপক: বিল গেটছ, পল এলেন (১৯৭৫)।

৫. হোৱাটছএপ (WhatsApp) ৰ প্ৰতিষ্ঠাপক: ব্ৰায়ান এক্টন, জৈন কৌম (২০০৯)।


Download Assamese GK APP - Click here


৬. আমাজন (Amazon) ৰ প্ৰতিষ্ঠাপক: জেফ বেজোছ (১৯৯৪)।

৭. ফ্লিপকাৰ্ট (Flipkart) ৰ প্ৰতিষ্ঠাপক: শচীন বনচাল আৰু বিনি বনচাল (২০০৭)।

৮. ইয়াহু (Yahoo) ৰ প্ৰতিষ্ঠাপক: ডেভিদ ফিলো, জেৰী য়াং (১৯৯৪)।

৯. এপল (Apple) ৰ প্ৰতিষ্ঠাপক: ষ্টিভ জবচ (১৯৭৬)।

১০. ৱিকিপিডিয়া (Wikipedia) ৰ প্ৰতিষ্ঠাপক: জিমি ৱেলছ (২০০১)।

১১. মটৰোলা (Motorola) ৰ প্ৰতিষ্ঠাপক: পল আৰু যোচেফ গাবলিন (১৯২৮)।

১২. ফেচবুক (Facebook) ৰ প্ৰতিষ্ঠাপক: মাৰ্ক জুকাৰবাৰ্গ (২০০৪)।

১৩. আলিবাবা (Alibaba) ৰ প্ৰতিষ্ঠাপক: জেক মা (১৯৯৯)।

১৪. নকিয়া (Nokia) ৰ প্ৰতিষ্ঠাপক: ফ্ৰেড্ৰিক ইডেষ্টাম, লিঅ মেচেলিন (১৮৬৫)।

১৫. ৰিলায়েন্স (Reliance) ৰ প্ৰতিষ্ঠাপক: ধীৰুভাই আম্বানী (১৯৯৭)।


Download Assamese GK APP - Click here


১৬. ইবে (Ebay) ৰ প্ৰতিষ্ঠাপক: পিয়েৰ ওমিদিয়াৰ (১৯৯৫)।

১৭. টুইটাৰ (Twitter) ৰ প্ৰতিষ্ঠাপক: জেক ডৰ্ছ (২০০৬)।

১৮. ইনষ্টাগ্ৰাম (Instagram) ৰ প্ৰতিষ্ঠাপক: কেভিন চিষ্ট্ৰম, মাইক কাৰিজাৰ (২০১০)।

১৯. ইউটিউব (YouTube) ৰ প্ৰতিষ্ঠাপক: জাৱেদ কৰিমষ্টি চেন (২০০৫)।

২০. স্কাইপ (Skype) ৰ প্ৰতিষ্ঠাপক: নিকলাছ জেনষ্ট্ৰম জানুছ ফ্ৰিছ (২০০৩)।

২১. টেছলা (Tesla) ৰ প্ৰতিষ্ঠাপক: ইলন মাস্ক (২০০৩)।

২২. ইণ্টেল (Intel) ৰ প্ৰতিষ্ঠাপক: গৰ্ডন মুৰে (১৯৬৮)।

২৩. চেমচাঙ (Samsung) ৰ প্ৰতিষ্ঠাপক: লী বায়ুংচুল (১৯৩৮)।

২৪. জিয়াওমি (Xiaomi) ৰ প্ৰতিষ্ঠাপক: মিছা জুন (২০১০)।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।