প্ৰথম ভাৰতীয় || অসমীয়া সাধাৰণ জ্ঞান ২০২২ || GK in Assamese Language

If you are preparing for SSC, BANK, RAILWAY or other Competitive Exams then this post is very important for you. This list is very important for Competitive Exams, India's first, first Indian, India's first in various fields. Will help you learn more about.

GK in Assamese Language


GK || Quiz || MCQs in Assamese Language


প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল

উত্তৰঃ ডঃ ৰাজেন্দ্ৰ প্ৰসাদ


প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন?

উত্তৰঃ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ


প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী 

কোন আছিল?

উত্তৰঃ জৱাহৰলাল নেহৰু


প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান বিচাৰপতি জন কোন?

উত্তৰঃ হীৰালাল জে কানাইয়া


প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন কমিশনাৰ কোন?

উত্তৰঃ সুকুমাৰ সেন


প্ৰশ্নঃ দাদা সাহেব ফালকে পুৰস্কাৰ প্ৰথম কাক প্ৰদান কৰা হয়?

উত্তৰঃ শ্ৰীমতী দেবিকা ৰাণী

 

প্ৰশ্নঃ নিম্নলিখিত ব্যক্তিসমূহৰ মাজত প্ৰথম কোনে জ্ঞানপীঠ পুৰস্কাৰে পুৰস্কিত হৈছিল 

উত্তৰঃ জি শঙ্কৰ কুৰুপ


প্ৰশ্নঃ কোন ভাৰতীয়ই প্ৰথম নোবেল পুৰস্কাৰৰ অধিকাৰী হৈছেল?

উত্তৰঃ ৰবীন্দ্ৰ নাথ ঠাকুৰ


প্ৰশ্নঃ ভাৰতৰ প্ৰথম আই চি এচ অফিচাৰ জনৰ নাম 

উত্তৰঃ সত্যেন্দ্ৰনাথ ঠাকুৰ


প্ৰশ্নঃ ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি ?

উত্তৰঃ ৰাকেশ শৰ্মা


প্ৰশ্নঃ ভাৰতৰ প্ৰথম উপ প্ৰধান মন্ত্ৰী কোন আছিল?

উত্তৰঃ সৰ্দাৰ বল্লভ ভাই পেটেল


প্ৰশ্নঃ ভাৰতৰ  প্ৰথম ৰাজ্য সভাৰ চেয়াৰমেন জনৰ নাম কি?

উত্তৰঃ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন


প্ৰশ্নঃ  কোনজন ভাৰতীয়ই সৰ্বপ্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰত নৃত্য প্ৰদৰ্শন কৰিছিল?

উত্তৰঃ উদয় শংকৰ


প্ৰশ্নঃ ভাৰতৰ প্ৰশাসনিক লোকপিয়লৰ প্ৰথম আয়ুক্তজনৰ নাম কি?

উত্তৰঃ এ চন্দ্ৰ শেখৰ


প্ৰশ্নঃ কোনে সৰ্বপ্ৰথম অক্সিজেন অবিহনে এভাৰেষ্ট জয় কৰিছিল?

উত্তৰঃ জি শংকৰ কুৰুপ


প্ৰশ্নঃ প্ৰথম কোন ভাৰতীয় ক্রিকেটাৰে ১ ৰ পৰা ১০ সকলো পজিশ্বনত  বেট কৰিছিল?

উত্তৰঃ ভিনু মানকাড়


প্ৰশ্নঃ প্ৰথম কোন ভাৰতীয়ই অলিম্পিকত ব্যক্তিগত 

পদক জয় কৰেছিল?

উত্তৰঃ কে ডি যাদৱ


প্ৰশ্নঃ ভাৰতৰ প্ৰথম শিশু চলচ্চিত্ৰ শিল্পী কোন?

উত্তৰঃ ভালচন্দ্ৰা


প্ৰশ্নঃ  নিন্মলিখিত বেংক সমূহৰ পৰা কোনটো ভাৰতৰ প্ৰথম বেংক?

(ক) স্টেট বেংক অফ ইন্ডিয়া

(খ) কানাড়া বেংক

(গ) বেংক অফ হিন্দুস্থান

(ঘ) চাটাৰ্ড বেংক

উত্তৰঃ বেংক অফ হিন্দুস্থান


প্ৰশ্নঃ ভাৰতৰ প্ৰথম পৰমাণু কেন্দ্ৰ কত গঢ়ি উঠিছিল?

উত্তৰঃ তাৰাপুৰ    


প্ৰশ্নঃ ভাৰতৰ প্ৰথম মহিলা বিশ্ব বিদ্যালয় কত গডঢ়ি উঠিছিল?

উত্তৰঃ পুনে


প্ৰশ্নঃ ভাৰতৰ প্ৰথম দেশীয় বেংক কোনটো?

উত্তৰঃ পাঞ্জাব ন্যাশানাল বেংক


প্ৰশ্নঃ ভাৰতৰ প্ৰথম বিদেশী বেংক কোনটো ?

উত্তৰঃ চাটাৰ্ড বেংক


প্ৰশ্নঃ ভাৰতৰ প্ৰথম মেডিকেল কলেজ কত স্হাপন কৰা হৈছিল?

উত্তৰঃ কলকাতা


প্ৰশ্নঃ ভাৰতৰ প্ৰথম যুদ্ধ জাহাজ কোনটো ?

উত্তৰঃ আই এন এস বিনাশ


প্ৰশ্নঃ ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰেল (সুপাৰ ফাস্ট ট্ৰেন) কোনটো?

উত্তৰঃ হাওড়া দিল্লী ৰাজধানী এক্সপ্ৰেস


প্ৰশ্নঃ  ভাৰতৰ প্ৰথম ৰঙ্গীন চলচিত্ৰ কোনটো ?

উত্তৰঃ কান কান ডান্স


প্ৰশ্নঃ কোন ভাৰতীয়ই প্ৰথম ভাৰত ৰত্ন লাভ কৰিছিল ?

উত্তৰঃ চি ৰাজাগোপালাচাৰী


প্ৰশ্নঃ প্ৰথম কোন হলিউড চলচিত্ৰ হিন্দীত অনুবাদ কৰা হৈছিল?

উত্তৰঃ জুৰাশিক পাৰ্ক


প্ৰশ্নঃ ভাৰতৰ প্রথম কোন নির্বাচনৰ ভোটদানৰ সময়ত অমোছনীয় চিয়াহীৰ ব্যবহাৰ আৰম্ভ হয়?

উত্তৰঃ   ১৯৬২ চনৰ লোকসভা নিৰ্বাচনত


All questions and answers provided are collected from various sources.

Also, we (ASSAMESEGK.INFO) have no legal responsibility for any of the information provided here. Here, all information is provided for educational purposes without any legal use.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।