আপুনি বাৰু জানেনে পৃথিৱীৰ আটাইতকৈ বেছি দাঁত থকা প্ৰাণীটো কি ? Interesting facts about Snails

Intersting facts about Snails



Download Assamese GK APP - Click here

পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি দাঁত থকা প্ৰাণীটো হৈছে "শামুক" (Snail) ইয়াৰ দাঁত ১৪,০০০।

জানি আচৰিত হৈছে নহয়নে আৰু বিশ্বাস কৰিবলৈ হয়তো টান হৈছে চাগে ১৪ হাজাৰ বুলি কোৱাত? যদি আপুনি বিশ্বাস কৰিব টান পাইছে তেন্তে জীৱ বিজ্ঞানত অধ্যয়ন কৰা কাৰোবাক সুধি চাব পাৰে। কিন্তু আপুনি ইহঁতৰ দাঁত সমূহ খালি চকুৰে নেদেখিব তাৰ বাবে আপুনি "মাইক্ৰোস্কোপ"( microscope camera) সহায়ত চাব লাগিব । মাইক্ৰোস্কোপ দ্বাৰা শামুকৰ দাঁতসমূহ কেনেকুৱা দেখি তাৰ দৃশ্য তলত দিয়া ফটো খনত চাওক একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ।

Facts in Assamese
              ✍️.....মাইনা গগৈ


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।