[MCQ] Assam GK - in Assamese Language

[MCQ] Assam GK - in Assamese Language

These 10 questions will help you to increase your general knowledge. These questions are especially beneficial for all competitive exam candidates. Candidates for various examinations like Assam Police, APSC, SSC, Indian Army, Indian Air Force, Indian Navy, etc. will benefit from our daily-based publication system. You are requested to visit this website at least once a day to increase your general knowledge.



[MCQ] Assam GK - in Assamese Language

1/ প্ৰশ্ন : গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাই খনৰ নাম কি?

উত্তৰ: বশিষ্ঠাশ্ৰম।


2/ এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা।


3/ আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?

উত্তৰ: জয়সাগৰ পুখুৰী।


4/ ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ: গড়গাঁও।


5/ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?

উত্তৰ : হলিৰাম ডেকা।


6/ প্ৰশ্ন : পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?

উত্তৰ : শিৱসাগৰ।


7/ অসমৰ গৌৰৱময় সূতা কি?

উত্তৰ : মুগা।


8/ হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কুমাৰশালৰ।


9/ শুৱালকুছি কিহৰ বাবে বিখ্যাত?

উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।


10/ হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ : কুমাৰশালৰ।


Assamese GK in Assamese Language 2022



Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।