দৈনন্দিন জীৱনত ব্যৱহাৰিক কিছুমান টিপ্‌চ : Some Life Hacks and Tips For Daily Life in Assamese

Some Life Hacks and Tips For Daily Life in Assamese

Some Life Hacks and Tips For Daily Life in Assamese


1. দৈ সোনকালে আৰু ভালদৰে পাতিবলৈ  গাখীৰত কেচাঁ জলকীয়াৰ ঠাৰি কেইটামান পেলাই দিব লাগে ৷


2. যদি তৰকাৰীত নিমখ বেছি হয় তেন্তে আটাৰ সৰু সৰু লাড়ু বনাই তৰকাৰীত দিলে নিমখ কম হৈ যায় ৷


3. পিয়াঁজক কাটি বাল্ব বা টিউব লাইটৰ লগত বান্ধি থলে মহ আৰু জেঠীপোক নাহে আৰু ময়ুৰ চৰাইৰ পাখি ঘৰৰ কোনোবা ঠাইত থলে জেঠীপোক নাহে ৷


4. যদি ফ্ৰিজত কোনো ধৰণৰ গোন্ধ ওলায় তেনেহ'লে আধা কটা নেমু ফ্ৰিজত ৰাখিলে গোন্ধ নাইকিয়া হৈ যায় ৷


5. চাউল সিজোৱা সময়ত যদি ২ টোপাল মান নেমুৰ ৰস দিয়া হয় তেন্তে চাউলবোৰ ফুলি উঠে আৰু আঠা লাগি নধৰে ৷


6. চেনীৰ পাত্ৰত তিনি/চাৰি টুকুৰা লং ৰাখিলে পৰুৱা নাহে ৷


7. বাৰিষাৰ দিনত নিমখ গলি যায় বা ভিজা ভিজা যেন হয় ৷ নিমখৰ ভৈয়ামত ৪-৫ টা মান চাউল দিলে কম গলিব ৷


8. আটা ঘুলা বা মৰাৰ সময়ত পানীৰ লগত যদি অলপ গাখীৰ দিয়া হয় তেন্তে ৰুটি বা পৰঠাৰ সোৱাদ বেলেগ হয় ৷

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।