50+ Assam Police Important GK – Assam Police Important Quiz in the Assamese Language

Assam Police Important GK – Assam Police Important Quiz in the Assamese Language

ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।


প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কোন চনত ‘কলা শিৰোমণি বঁটা’ লাভ কৰিছিল?
উত্তৰ:- ১৯৯১ চনত।


ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে।



ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?
উত্তৰ:- সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।


স্বাধীনতা যুঁজত শ্বহীদ হোৱা প্ৰথম গৰাকী অসমীয়া কোন?
উত্তৰ:- পিয়লি ফুকন।


ৰাষ্ট্ৰীয় সংগীত ‘জন-গন-মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল?
উত্তৰ:- ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত।


‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- হিতেশ্বৰ শইকীয়া।


বি.টি.এ.ডি. (BTAD) পৰিষদ কিমান চনত গঠন হৈছিল?
উত্তৰ:- ২০০৫ চনত।


প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কোন চনত ‘কলা শিৰোমণি বঁটা’ লাভ কৰিছিল?
উত্তৰ:- ১৯৯১ চনত।


ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন আছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি।


বি.টি.এ.ডি. (BTAD) ৰ কাৰ্যবাহী পৰিষদ কাৰ নেতৃত্বত গঠিত হৈছিল?
উত্তৰ:- হাগ্ৰামা মহিলাৰী।


আলফাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?
উত্তৰ:- পিপল্‌ছ কনছালটেটিভ গ্ৰুপ চমুকৈ পি.চি.জি. (PCG)।


“আলফা” ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ:- ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম।


অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ:- ছৈয়দা আনোৱাৰা টাইমূৰ।


২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ সাক্ষৰতাৰ হাৰ কিমান আছিল?
উত্তৰ:- ৬৫.৩৮ শতাংশ।


ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে?
উত্তৰ:- মুণ্ডক।


অসমৰ জাতীয় চৰাই কি?
উত্তৰ:- দেওহাঁহ।


অসমৰ জাতীয় জন্ত্ত কি?
উত্তৰ:- এশিঙীয়া গঁড়।


ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
উত্তৰ:- ৰাষ্ট্ৰপতি।

প্ৰথম ভাৰতৰ আই. পি. এচ. (IPS) বিষয়া গৰাকী নাম কি?
উত্তৰ:- কিৰণ বেদী (১৯৭২)।


কিমান চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ:- ২০০৩ চনত।


ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ:- ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।


ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?
উত্তৰ:- ড° বি. আৰ. আম্বেদকাৰ।


অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল?
উত্তৰ:- জগন্নাথ বৰুৱা।


ড° বি. আৰ. আম্বেদকাৰ সম্পূৰ্ণ নাম কি আছিল?
উত্তৰ:- বাবা চাহেব ভীমৰাও আম্বেদকাৰ।


ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘ যাত্ৰাৰ ৰেলখনৰ নাম কি?
উত্তৰ:- হিম সাগৰ এক্সপ্ৰেছ (জন্মুৰ পৰা কন্যাকুমাৰীলৈ)।


কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে?
উত্তৰ:- ১৯১১ চনত।


২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ:- ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ১০২,৭০,১৫,২৪৭ জন।


Assam Police Important GK – Assam Police Important Quiz in the Assamese Language


ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী।


কোন ব্ৰিটিছ নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰ:- এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)।


‘ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়।


ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?
উত্তৰ:- ১৮৮৫ চনত।


কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of India) নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰত আগমনৰ প্ৰাকমূহুৰ্ত্তত (১৯১১ চনত)।


ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী কোন?
উত্তৰ:- টেনজিং নৰ্গে।


ভাৰতৰ প্ৰথম মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?
উত্তৰ:- আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।


ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন?
উত্তৰ:- ইন্দিৰা গান্ধী।


ইন্দিৰা গান্ধীয়ে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৭২ চনত।


ঢেঁকিয়াখোৱা বৰ নামঘৰ অসমৰ কোন ঠাইত আছে?
উত্তৰ:- যোৰহাট জিলা।


১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- এছ. শ্ৰীনিবাস আয়েঙ্গাৰ।


ডুৰাণ্ড কাপ কি খেলৰ সৈতে জড়িত?
উত্তৰ:- ফুটবল।


উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল?
উত্তৰ:- ফাতেমা বিবি।


ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- উমেশচন্দ্ৰ বেনৰ্জি।


‘পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি’ কোনে প্ৰচলন কৰিছিল?
উত্তৰ:- পণ্ডিত জৱাহৰলাল নেহৰু।


পঞ্জাৱৰ জালিয়ানাৱাগৰ হত্যাকাণ্ডৰ নায়ক কোন আছিল?
উত্তৰ:- জেনেৰেল ডায়াৰ।


ভাৰতত প্ৰথম ডাক টিকট কোন চনত প্ৰচলন কৰা হৈছিল?
উত্তৰ:- ১৯৫৪ চনত।


দাণ্ডি যাত্ৰা কোন চনত হৈছিল?
উত্তৰ:- ১৯৩০ চনৰ ১২ মাৰ্চত।


দাণ্ডি যাত্ৰা কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- মহাত্মা গান্ধীয়ে।


দাণ্ডি যাত্ৰাত অংশ গ্ৰহণ কৰা একমাত্ৰ অসমীয়া যুঁজাৰু জন কোন আছিল?
উত্তৰ:- লীলাধৰ বৰুৱা।


ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল?
উত্তৰ:- ওৱাৰেণ হেষ্টিংছ।


ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল?
উত্তৰ:- শ্বেৰচাহে (১৫৪২ চনত)।


ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৫৪২ চনত।


তাৰাপুৰ (মুম্বাই), কোটা (ৰাজস্থান), কল্পক্কম (চেন্নাই) আৰু নাৰোৰা (উত্তৰ প্ৰদেশ) এই ঠাইকেইখনৰ মাজত সম্ভন্ধ কি?
উত্তৰ:- পাৰমাণবিক শক্তি কেন্দ্ৰ অৱস্থিত।


‘হোমৰুল আন্দোলন’ কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- বালগঙ্গাধৰ তিলক।


ভাৰতৰ কোনে প্ৰথমে ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।


ৰবীন্দ্ৰনাথ ঠাকুৰে কোন চনত ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯১৩ চনত।


আটাইতকৈ পুৰণি বেদখনৰ নাম কি?
উত্তৰ:- ঋক্ বেদ।


সৌৰ জগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?
উত্তৰ:- বৃহস্পতি গ্ৰহ।


ছিকিমৰ ৰাজধানী নাম কি?
উত্তৰ:- গেংটক


All questions and answers provided are collected from various sources.

Also, we (ASSAMESEGK.INFO) have no legal responsibility for any of the information provided here. Here, all information is provided for educational purposes without any legal use.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।