আপোনাৰ আঙুলি, ডিঙি, কঁকাল আদি ফুটোৱা অভ্যাস আছে নেকি ? GK in Assamese


কিছুমান মানুহে বিভিন্ন সময়ত শৰীৰৰ গাঠি সমূহ ফুটোৱা আমি দেখিবলৈ পাওঁ, যেনে আঙুলি ফুটোৱা, ডিঙি ফুটোৱা, কঁকাল ফুটোৱা আদি। কিছুমানে এনে কাৰ্যক বেয়া অভ্যাসক বুলি কয় কিন্তু এই অভ্যাস আচলতে কোনো বেয়া অভ্যাস বা ভাল অভ্যাস বুলি কথা নাই। আজি আমি ইয়াৰ বিজ্ঞানৰ কাৰণটো জানো আহক:


সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

প্ৰথমে আমি জানিব লাগিব শৰীৰৰ এই গাঠি সমূহ কিয় আৰু কেনেকৈ ফুটে ?

আমাৰ শৰীৰত সংযুক্ত হৈ থকা হাড় মাজত কিছুমান প্ৰকৃতি ভাবে সৰু সৰু বাবুল বা বেলুন সদৃশ সৃষ্টি হয় ইয়াক "Synovial Fluid" or cavitation pop" বুলি কোৱা হয়। এই সমূহ আমাৰ শৰীৰৰ প্ৰতিটো হাড় সংযুক্ত গাঠিতে (Joint) থাকে। এই Synovial Fluid সমূহত লগত অক্সিজেন, নাইট্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড আদি পোৱা যায়। যেতিয়া আমি আঙুলিৰ গাঠি নাইবা অন্য গাঠি সমূহ ফুটোৱাবলৈ হেঁচা প্ৰয়োগ কৰোঁ তেতিয়া বেলুন সদৃশ Synovial Fluid সমূহ ইটো সিটো কাষ চাপি আহে আৰু দুডাল হাড় সংযুক্ত হেঁচাৰ ফলত O2, N2, Co2 গেছ সোমাই থকা বেলুন সমূহ ফুটি যায় আৰু তেতিয়াই আমি গাঠি ফুটাৰ শব্দ শুনিবলৈ পাওঁ। কিছুমানে এই শব্দক হাড় ফুটে বুলি কয় কিন্তু দৰাচলতে হাড় নুফুটে এই বেলুন সদৃশ Synovial Fluid সমূহে ফুটে।


ভাল কথা এইটোৱেই যে বিজ্ঞানীসকলৰ মতে ইয়াৰ পৰা আমাৰ কোনো সমস্যাৰ সৃষ্টি নহয় আৰু এইটো কোনো বেয়া অভ্যাস বা ভাল অভ্যাস বুলি কথা নাই।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।