Amazing Facts about India - in the Assamese Language

Amazing Facts about India - in the Assamese Language

(১) আপুনি জানেনে গ্ৰিনিচ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অনুসৰি, বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কুল "ভাৰতৰ লক্ষ্ণৌতত" আছে এই স্কুলখনৰ নাম  "City Montessori School" ইয়াত  ৪৫,০০০ শিক্ষাৰ্থী, ৪৫০০ শিক্ষক কৰ্মকৰ্তা আছে আৰু ৩০,০০০ কম্পিউটাৰ আছে। এই স্কুল ১৯৫৯ চনত  Dr Bharti Gandhi আৰু Dr Jagdish Gandhi দ্বাৰা স্থাপন কৰিছিল।

City Montessori School [image: wikipedia]


(২) আপুনি জানেনে বিশ্বৰ মহাকাশ গৱেষণা সংস্থাৰ সকলৰ ভিতৰত "ভাৰতৰ ISRO" এনে এক গৱেষণা সংস্থা যিয়ে আটাইতকৈ বেছি চেটেলাইট একেবাৰতে, একেটা ৰকেটে মহাকাশলৈ প্ৰেৰণ কৰি ইতিহাস ৰচে। ইয়াৰ আগতে ৰাছিয়াই প্ৰেৰণ কৰিছিল এটা ৰকেটত ৩৭ টা চেটেলাইট কিন্তু ২০১৭ চনৰ ১৫ ফেব্ৰুৱাৰীত ভাৰতৰ ISRO এ ১০৪ টা চেটেলাইট একেলগে এটা ৰকেটতে প্ৰেৰণ কৰি, বিশ্বত এক চমক সৃষ্টি কৰি তোলে।


(৩) যিটো সময়ত ১৭/১৮ শতিকাত বিশ্বত বস্ত্ৰ পিন্ধিবলৈ মানুহে বন্য জীৱ জন্তু হত্যা কৰিব লগা হৈছিল, সেই সময়ত ভাৰতেই একমাত্ৰ দেশ যিয়ে সমগ্ৰ বিশ্বকে শিকাইছিল যে বন্য জীৱ হত্যা নকৰাকৈ আমি, কপাহৰ পৰা কাপোৰ তৈয়াৰ কৰি বস্ত্ৰ পিন্ধিব পাৰোঁ আৰু তেতিয়া পৰাই বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ এই কাপোৰ তৈয়াৰী বিষয়ে শিক্ষা লৈছিলহি।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।