সাপ নেউলৰ ৰণঃ বিশ্বাস আৰু বাস্তৱিকতা || GK in Assamese

আপোনালোকৰ সকলোৰে জ্ঞাত যে অসমৰ প্ৰায়বোৰ বিষাক্ত সাপ ৰাতিহে বেছি সক্ৰিয়। সেয়ে পোহৰ নেপেলোৱাকৈ এখোজৰ বাটো নাযাব। বিষাক্ত দংশনৰ পৰা বাছি থকা একমাত্ৰ উপাই হ'ল সাৱধানতা।

Facts and GK in Assamese Language
Image source: internet


Facts about Snakes in Assamese Language

সদায় নতুন নতুন কথা জানিবৰ বাবে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰক
জইন হ'বলৈ ইয়াত ক্লিক কৰক

প্ৰায়বোৰ মানুহেই ভাবে সাপে কামোৰাৰ পাছত নেউলে হাবিৰ মাজৰ কিবা বনত গাটো ঘঁহাই বিষ দূৰ কৰে। যিটো পৃথিৱী চেপেটাৰ দৰে মিছা কথা। বাস্তৱ সত্যটো হ'ল- সাপৰ বিহৰ বিষ সহ্য কৰিব পৰা গুণ নেউলৰ ক্ষুদ্ৰ মানো নাই। সাপে খোঁট মাৰি দিয়াৰ লগে লগে নেউলটোৱে তাৰ নোমবোৰ ঠৰঙা কৰি দিয়ে।নেউলটো যে এপলক সময়ৰ বাবে নোহোৱা হৈ যায় তাৰ কাৰণটো হ'ল- সি সাপটোক ভ্ৰমিত কৰে, সাপতকৈ নেউল বেছি ক্ষীপ্ৰ। চুঙাসদৃশ সাপৰ দেহটোক এফালৰ তাৰ চোকা দাঁতেৰ আক্ৰমণ কৰি অৱশ কৰি আনে। সাপৰ খোঁটটো নেউলটোৰ নোমবিলাকত পৰে বাবেই ইহঁতবোৰৰ একো অপকাৰ নহয়।


*অসুবিধা নহ'লে প'ষ্টটো শ্বেয়াৰ কৰিব। ভুল ধাৰণাবোৰ তেতিয়া হে আঁতৰ হ'ব।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।