ভাৰতৰ এজন স্বাধীনতা যুঁজাৰু মহান ব্যক্তিৰ এটা আশ্চৰ্যজনক তথ্য জানি থওঁক

Here is a interesting information about a great freedom fighter of India [in Assamese]

আপুনি হয়তো সৰুৰেপৰা "লালবাহাদুৰ শাস্ত্ৰীৰ" জীৱনৰ সম্পৰ্কে নিশ্চয় পঢ়ি আহিছে কিন্তু তেওঁৰ এই বিশেষ "মঙ্গলবাৰ" দিনটোৰ বিষয়ে কেতিয়াবা গুৰুত্ব দিছিল নে'? আজি আমি জানো আহক লালবাহাদুৰ শাস্ত্ৰী আৰু মঙ্গলবাৰ দিনটোৰ সম্পৰ্ক সমূহ :-

Here is interesting information about a great freedom fighter of India [in Assamese]



  • লালবাহাদুৰ শাস্ত্ৰীয়ে ৰে'ল তথা পৰিবহন মন্ত্ৰী দায়িত্ব গ্ৰহণ কৰে ১৩ মে' ১৯৫২ চনৰ "মঙ্গলবাৰ" দিনটোত ।
  • লালবাহাদুৰ শাস্ত্ৰীয়ে গৃহমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰে ৪ এপ্ৰিল ১৯৬১ চনৰ "মঙ্গলবাৰ" দিনটোতে ।
  • লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী হৈছিল ৯ জুন ১৯৬৪ চনৰ "মঙ্গলবাৰ" দিনটোতে । 
  • লালবাহাদুৰ শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰী কাৰ্যকলাপ সমাপ্ত হয় ১১ জানুৱাৰী ১৯৬৬ চনৰ "মঙ্গলবাৰ" দিনটোতে ।
  • লালবাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় ধ্বনি প্ৰথম "জয় জোৱান জয় কৃষান" ১৯ অক্টোবৰ ১৯৬৫ চনৰ "মঙ্গলবাৰ" দিনটোতে দিয়ে।
  • স্বৰ্গীয় ৰাধাকৃষ্ণণ দেৱে লালবাহাদুৰ শাস্ত্ৰীক ভাৰত ৰত্ন বঁটা সন্মানে বিভূষিত কৰে ১৯৬৬ চনৰ "মঙ্গলবাৰ" দিনটোতে ।
  • লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়, ১৯৬৬ চনৰ ১১ জানুৱাৰী "মঙ্গলবাৰ" দিনটোতে।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।