নাছা কি ? ( What is NASA? ) in Assamese

নাছা কি হয় সকলোৱে জানে নিশ্চয়। যি সকলে সম্পূৰ্ণকৈ নজানে তেওঁলোকৰ বাবে NASA ৰ বিষয়ে অলপ তথ্য আগবঢ়ালোঁ ।

নাছা কি ? ( What is NASA? ) in Assamese


নাছা কি ? ( What is NASA? ) in Assamese

মহাকাশৰ ভিন্ন কথা আলোচনা কৰোঁতে সঘনাই শুনা এটা শব্দ হ'ল NASA । ই হৈছে মহাকাশ গৱেষণাৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ সংস্থা । 

নাছা কি ? ( What is NASA? ) in Assamese
NASA headquarters in Washington, D.C.


১৯৫৮ চনৰ ২৯ জুলাই তাৰিখে জন্ম লাভ কৰা উক্ত সংস্থাটোৰ সম্পূৰ্ণ নাম হ'ল' National Aeronautics and Space Administration'। যিহেতু মহাকাশৰ ভিন্ন গ্রহ-উপগ্রহবোৰে মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰে, সেয়েহে এই সপোন যেন লগা কথাবোৰ জনমানসত প্রচাৰ তথা প্রসাৰ কৰাৰ উদ্দেশ্যেই নাছাৰ জন্ম বুলি ক'ব পাৰি । উক্ত সংস্থাটোৰ মূলমন্ত্রই হ'ল '' F or the benefits of all ''। নাছাৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্রত অৱস্থিত । '' Shaping the future: Launching new Endeavours to inspire the next generation of explorers.'' হ'ল নাছাৰ শৈক্ষিক কাৰ্যালয়ৰ মূল মন্ত্র । 


উল্লেখনীয় যে নাছাৰ সৌজন্যতে ভিন্ন গ্ৰহ তথা মহাকাশলৈ অনেক সময়ত বহুতো মহাকাশ যান প্রেৰণ কৰা হৈছে  আৰু বহুতো তথ্য আহৰণ কৰাটোও সম্ভৱ হৈ উঠিছে ।

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।