বিশ্ব কুইজ || World GK - QUIZ - MCQ - in Assamese Language

World GK question and answer in Assamese Language. Question and Answer for various competitive examination for student who are preparing for State PSC, Assam Exams.

World GK - QUIZ - MCQ - in Assamese Language


World GK - QUIZ - MCQ - in Assamese Language



প্ৰশ্ন: বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি?

উত্তৰ:- মাউণ্ট এভাৰেষ্ট।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি?

উত্তৰ:- গ্ৰীণলেণ্ড।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ মহাদেশ খনৰ নাম কি? 

উত্তৰ:- এছিয়া মহাদেশ।


প্ৰশ্ন: বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ।


প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ খনৰ নাম কি?

উত্তৰ:- আটলাণ্টিক মহাসাগৰ।


প্ৰশ্ন: বিশ্বৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম কি?

উত্তৰ:- অষ্ট্ৰেলিয়া মহাদেশ।


প্ৰশ্ন: বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ কোন খন?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ উপসাগৰ খনৰ নাম কি?

উত্তৰ:- মেক্সিকো উপসাগৰ।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ কোনটো?

উত্তৰ:- ইণ্ডোনেছিয়া।


প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?

উত্তৰ:- নীল নদী।


Download Assamese GK APP - Click here


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ নিষ্কাশন ক্ষেত্ৰ নদী কোনখন?

উত্তৰ:- আমাজন নদী।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ সাগৰ কোন খন?

উত্তৰ:- দক্ষিণ চীন সাগৰ।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ উপনদী খনৰ নাম কি?

উত্তৰ:- মেডিৰা।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ কোনখন?

উত্তৰ:- কাস্পিয়ান সাগৰ।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো?

উত্তৰ:- মাজুলী।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ দেশ খনৰ নাম কি?

উত্তৰ:- ৰাছিয়া।


প্ৰশ্ন: বিশ্বৰ আটাইতকৈ সৰু দেশ খনৰ নাম কি?

উত্তৰ:- ভেটিকান চিটি।


প্ৰশ্ন: বিশ্বৰ সৰ্বাধিক সংখ্যক ভোটাৰ থকা দেশ কোনখন?

উত্তৰ:- ভাৰত।


প্ৰশ্ন: বিশ্বৰ ব্যস্ততম বাণিজ্য নদী কোনখন?

উত্তৰ:- ৰাইন নদী।


প্ৰশ্ন: বিশ্বৰ আটাইতকৈ দীঘল সীমান্ত ৰেখা থকা দেশ কোনখন?

উত্তৰ:- কানাডা।


প্ৰশ্ন: বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোন খন?

উত্তৰ:- চাহাৰা মৰুভূমি।


প্ৰশ্ন: এছিয়াৰ সৰ্ববৃহৎ মৰুভূমি খনৰ নাম কি?

উত্তৰ:- গোবি মৰুভূমি।


প্ৰশ্ন: বিশ্বৰ সৰ্বোচ্চ সীমান্ত ৰেখা থকা দেশ খনৰ নাম কি?

উত্তৰ:- চীন।


প্ৰশ্ন: বিশ্বৰ আটাইতকৈ গৰম ঠাই কোন খন?

উত্তৰ:- জেকোবাদ।


প্ৰশ্ন: পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই খনৰ নাম কি?

উত্তৰ:- ভাৰখোৱানস্ক।


All questions and answers provided are collected from various sources.

Also, we (ASSAMESEGK.INFO) have no legal responsibility for any of the information provided here. Here, all information is provided for educational purposes without any legal use.

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

DOWNLOAD ASSAMESE GK APP DOWNLOAD
GK IN ASSAMESE LANGUAGE
Join Our Telegram Channel ইয়াত ক্লিক কৰক
Like our Facebook Page ইয়াত ক্লিক কৰক
Disclaimer: সকলো তথ্য বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আমাক কমেন্ট কৰি জনাবলৈ অনুৰোধ জনোৱা হল। লগতে, আমি (www.assamesegk.info), ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলও। ইয়াত, সকলো তথ্য কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।